• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেটৰ খেলপথাৰ এৰি কৃষি পথাৰত অমিতা-তৰমুজৰ খেতিত ধৰিলে ধোনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 10:40 am
MS-Dhoni

ফটো উৎস : টুইটাৰ

32.1k
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰে ক্ৰিকেটৰ পথাৰত দেখা পোৱা যাব মহেন্দ্ৰ সিং ধোনীক। আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্বত থকা ধোনী অহা ২ মাৰ্চত দলৰ অনুশীলন শিবিৰত যোগ দিব।

কিন্তু ইয়াৰ পূৰ্বে ধোনীৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে, যিটোক লৈ এতিয়া সংবাদ মাধ্যমৰ লগতে অনুৰাগীৰ মাজত তীব্ৰ চৰ্চা লাভ কৰিছে।

ফেইচবুক একাউণ্টত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীক কিছু ব্যতিক্ৰম ৰূপত দেখা যায়। আচলতে ধোনীয়ে এতিয়া খেতি-বাতি কৰাৰ চিন্তা কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত কাম আৰম্ভও কৰিছে ধোনীয়ে।

৩৮ বছৰীয়া ধোনীয়ে জৈৱিক পদ্ধতিত খেতি কৰিব বুলি জানিবলৈ দিয়ে। বৰ্তমান তেওঁ গৃহচহৰ ৰাঁচীত তৰমুজ আৰু অমিতা খেতি কেনেদৰে কৰে সেয়া শিকাত ব্যস্ত।

ধোনীয়ে নিজৰ একাউণ্টত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘ৰাঁচীত যোৱা ২০ দিনত জৈৱিক পদ্ধতিৰে অমিতা আৰু তৰমুজৰ খেতি আৰম্ভ কৰিছো, প্ৰথমবাৰ সেয়ে বহুত উৎসাহী হৈ আছো’।

২ মিনিটৰ ভিডিঅ’টোত খেতি কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে ধোনীক পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয়। ভিডিঅ’টোত তেওঁক ধূপ জ্বলোৱাৰ লগতে নাৰিকল ভঙাও দেখা যায়।

উল্লেখ্য যে বিগত বিশ্বকাপৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি থকা ধোনীয়ে আই পি এলৰ বাবে অনুশীলন আৰম্ভ কৰিছে। তেওঁ যোৱা মঙলবাৰে ৰাঁচিস্থিত ঝাৰখণ্ড ক্ৰিকেট এছ’চিয়েশ্যনৰ ষ্টেডিয়ামত কিছু সময় অনুশীলন চলোৱা বুলি জানিব পৰা গৈছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd