• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত নিজেই পিষ্টলেৰে মূৰত গুলীয়ালে ১৫ বছৰীয়া কিশোৰীয়ে

এন ই নাও নিউজ, ডিব্রুগড় by এন ই নাও নিউজ, ডিব্রুগড়
April 2, 2022 8:22 am
WhatsApp Image 2022-04-02 at 7.59.03 AM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ আমোল্লাপট্টি গাৰ্ড কোৱাৰ্টাৰৰ নিজ বাসগৃহত শুকুৰবাৰে আবেলি এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে পিষ্টলেৰে নিজৰ মূৰত গুলীয়ায়।

ঈশানী বেজবৰুৱা নামৰ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (এএমচিএইচ) ভৰ্তি কৰোৱা হয়।

বৰ্তমান তাইক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছে। ডিব্ৰুগড়ৰ আমোল্লাপট্টিৰ বাসগৃহত আবেলি প্ৰায় ১২:৩০ বজাত ঘটনাটো ঘটে।

লগতে পঢ়ক: কৃষ্ণাইৰ টুকুৰাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত তিনিজন ডকাইত

তাইৰ দেউতাক এগৰাকী অনুমতি থকা অস্ত্ৰ ব্যৱসায়ী আৰু তেওঁ “ডিকেবি গান হাউচ” নামৰ দোকানখনৰ পৰা অস্ত্ৰব্যৱসায় চলায়। দোকানখন তেওঁৰ বাসগৃহৰ সৈতে সংলগ্ন হৈ আছে।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই নৰ্থইষ্ট নাওক কয়, “এই মুহূৰ্তত এইটো এটা আত্মহত্যাৰ চেষ্টাৰ ঘটনা আছিল নে নাই আমি ক’ব নোৱাৰো। এক তদন্তৰ পিছতহে গোটেই ঘটনাটো স্পষ্ট হৈ পৰিব।”

এন ই নাও নিউজ, ডিব্রুগড়

এন ই নাও নিউজ, ডিব্রুগড়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

September 2, 2025 1:11 pm
GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

GMCHত কেঁচুৱাৰ মৃত্যুৰ ঘটনা; চিকিৎসক-নাৰ্ছসহ ৫জনক নিলম্বন, দুই পি জি প্ৰশিক্ষাৰ্থীক ৬ মাহৰ বাবে বহিষ্কাৰ

September 2, 2025 12:38 pm
ডিমা হাছাওত চিমেণ্ট কাৰখানাৰ বাবে ৩০০০ বিঘা ভূমি আবণ্টন: স্তম্ভিত আদালত

ডিমা হাছাওত চিমেণ্ট কাৰখানাৰ বাবে ৩০০০ বিঘা ভূমি আবণ্টন: স্তম্ভিত আদালত

September 2, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

গুলী ফুটাই পলাল ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিধায়ক, বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীকো খুন্দিয়ালে গাড়ীৰে

September 2, 2025 1:30 pm
জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

জিএছটি সংগ্ৰহেৰে ভৰিছে ৰাজকোষ: আগষ্ট মাহত ১.৮৬ লাখ কোটি টকাৰ অভিলেখ

September 2, 2025 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd