• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণ আক্ৰমণ : চুৰি কৰাৰ সন্দেহত বিহাৰত ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 5, 2024 7:05 pm
183
VIEWS
Share on FacebookShare on Twitter

বিহাৰত পুনৰ সংঘটিত হৈছে গাৰ নোম শিয়ৰাই তোলা গণ আক্ৰমণৰ ঘটনা। বিহাৰত চুৰি কৰাৰ সন্দেহত এটি ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে, কিশোৰগৰাকীক মাৰপিট কৰাৰ পিছত তেওঁৰ ডিঙি শুকাই গৈছিল। তেওঁ পানী বিচাৰিছিল যদিও কোনেও পানী পানী নিদিলে।

এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বাকী এজনৰ সন্ধান অব্যাহত থকা বুলি জানিব পৰা গৈছে।

বিহাৰৰ ভোজপুৰ জিলাৰ বৰাকাগাঁৱত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত স্থানীয় এখন গেলামালৰ দোকানৰ পৰা চুৰি কৰিবলৈ চেষ্টা কৰিছিল কিশোৰটিয়ে। দোকানৰ মালিককে ধৰি আন চাৰিজনে কিশোৰজনক দোকানৰ সমুখেৰে খোজকাঢ়ি যোৱা দেখিছিল।

অভিযোগ অনুসৰি, ইয়াৰ পিছতে স্থানীয় লোকে তেওঁক বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। ৰাতিৰ আন্ধাৰত কিশোৰজনে দোকান ভাঙিবলৈ চেষ্টা কৰা বুলি দাবী কৰে দোকানখনৰ মালিকে।

মৃতকৰ ভাতৃয়ে আৰক্ষীক জনোৱা মতে কিশোৰটিক পাঁচজন লোকে হত্যা কৰিছিল। আৰক্ষীয়ে আহি কিশোৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত বুলি বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে তদন্তৰ অন্তত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত আছে গেলামালৰ দোকানৰ মালিক প্ৰকাশ শৰ্মা। গ্ৰেপ্তাৰ কৰা আন কেইজন হৈছে অভিষেক শৰ্মা, দীপক শৰ্মা আৰু ছোতু শৰ্মা। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এজন অভিযুক্তক বিচাৰি এতিয়ালৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd