• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকাক ‘বিবাহ’ৰ অপৰাধত গুৱাহাটীত গ্ৰেপ্তাৰ ২৩ বছৰীয়া যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 9:58 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

337
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীত এগৰাকী নাবালিকাৰ সৈতে পলায়ন কৰি বিয়া পতা এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ মতে, যুৱকজনে শেহতীয়াকৈ নাবালিকগৰাকীৰ সৈতে পলাই গৈ বিয়া পাতিছিল বুলি অভিযোগ উঠিছে।

এই ঘটনাৰ পিছতে ছোৱালীজনীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও তেতিয়াৰ পৰাই অভিযুক্ত যুৱকজন পলাতক হৈ আছিল বুলি আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ে।

লগতে পঢ়ক: হোৱাইট হাউছত মোদীৰ অভ্যৰ্থনা! আম্বানীৰ পৰা পিচাইলৈ নৈশভোজত অতিথিৰ দীঘলীয়া তালিকা

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘গুৱাহাটীৰ গোটানগৰ অঞ্চলত অভিযুক্ত যুৱকজনৰ গতিবিধি সন্দৰ্ভত আমি এক গোপন সূত্ৰে খৱৰ লাভ কৰিছিলো। সেই অনুসৰি অভিযান আৰম্ভ কৰা হয় আৰু অভিযুক্ত যুৱকজনক সেই অঞ্চলৰ এটা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।”

আৰক্ষীৰ মতে, অভিযুক্তই জেৰাৰ সময়ত জনায় যে তেওঁ ছোৱালীজনীক বিয়া কৰাইছে আৰু গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ দুয়োজনে আত্মগোপন কৰি আছিল।

লগতে পঢ়ক: টাইটানৰ সকলো যাত্ৰীৰ মৃত্যু; আটলাণ্টিকত ধ্বংসাৱশেষ উদ্ধাৰৰ পিছতে ঘোষণা আমেৰিকান ক’ষ্ট গাৰ্ডৰ

‘আমি এইটো বাল্য বিবাহৰ ঘটনা নেকি সেইটো নিশ্চিত কৰিবলৈ তদন্ত কৰি আছো। যিকোনো ক্ষেত্ৰতে POCSO আইন প্ৰযোজ্য হ’ব।’- বিষয়াগৰাকীয়ে কয়।

Recent News

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd