• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকা প্ৰেমিকাক পতিতালয়ত বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল ৬ সন্তানৰ পিতৃ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 12:33 pm
2-28-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

382
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী নাবালিকাক প্ৰেমৰ অভিনয়েৰে ফুচুলাই নি শিলিগুৰিৰ পতিতালয়ত বিক্ৰীৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৬ সন্তানৰ এগৰাকী পিতৃৰ বিৰুদ্ধে।

সূত্ৰৰ খবৰ অনুসৰি গোৱালপাৰাৰ বাসিন্দা অভিযুক্ত ৬ সন্তানৰ পিতৃ মহম্মদ ছফিউৰে ঘৰৰ সমীপৰে এগৰাকী নাবালিকাৰ সৈতে গোপনে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে।

প্ৰেমৰ সম্পৰ্ক গভীৰ হোৱাত নাবালিকাগৰাকীয়ে ছফিউৰক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে অভিযুক্ত ছফিউৰে নাবালিকা প্ৰেমিকাক বিয়া কৰোৱাৰ প্ৰলোভনেৰে কোচবিহাৰলৈ লৈ যায়।

কোচবিহাৰত প্ৰথমে হোটেলত ৰাত্ৰি যাপন কৰাৰ পিছতে ছফিউৰে নাবালিকা প্ৰেমিকাক শিলিগুৰিৰ পতিতালয়ৰ এগৰাকী দালালৰ হাতত বিক্ৰী কৰে।

ইফালে নাবালিকা গৰাকী নিখোজ হোৱাত আৰক্ষীৰ দ্বাৰস্থ হয় পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছফিউৰক জেৰা কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে।

ছফিউৰে নাবালিকা গৰাকীক শিলিগুৰি এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।

ছফিউৰ স্বীকাৰোক্তিৰ ভিত্তিত শিলিগুৰিৰ উক্ত মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নাবালিকা গৰাকীকো উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে নাবালিকা গৰাকীক নিজ গৃহলৈ প্ৰেৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

ইফালে মানৱ সৰবৰাহৰ উক্ত চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে তাৰো অনুসন্ধান চলাইছে আৰক্ষীয়ে।

Recent News

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd