• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪ বছৰৰ পাছত মৃত সাংবাদিকে পালে ন্যায় : সৌম্য বিশ্বনাথনক হত্যাৰ দোষত ৫ জনক দোষী সাব্যস্ত আদালতৰ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2023 8:30 pm
325
VIEWS
Share on FacebookShare on Twitter

১৪ বছৰৰ পাছত আদালতে দিল্লীৰ সাংবাদিক সৌম্য বিশ্বনাথনক হত্যা কৰাৰ অপৰাধত ৫জন লোকক দোষী সাব্যস্ত কৰিছে।

দিল্লীৰ চাকেট আদালতে ২০০৮ চনত হত্যাৰ বলি হোৱা সাংবাদিক সৌম্য বিশ্বনাথনৰ হত্যাকাণ্ডৰ গোচৰত ৫জন লোকক দোষী সাব্যস্ত কৰে। 

আদালতে ৪ জন লোকক হত্যা আৰু এজনক সহায়-সহযোগ কৰাৰ বাবে দোষী সাব্যস্ত কৰে।

ৰবি কাপুৰ, অমিত শুক্লা, বলজিৎ মল্লিক আৰু অক্ষয় কুমাৰক হত্যা আৰু লুণ্ঠনৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। আনহাতে অজয় শ্বেট্টীক আন ৪ জনক সহায় কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয়।

আদালতৰ ৰায়দানৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত সৌম্যাৰ মাতৃয়ে কয় যে, “মই মোৰ ছোৱালীক হেৰুৱালোঁ। তাইক কাহানিও মই ঘূৰাই নাপাম। কিন্তু অভিযুক্তক কঠোৰ শাস্তি দিলে ভৱিষ্যতে আনে  নৃশংস কাণ্ড সংঘটিত কৰাৰ আগতে চিন্তা কৰিব।”

উল্লেখ্য যে, ২০০৮ চনৰ ৩০ ছেপ্টেম্বৰত ২৫ বছৰীয়া সৌম্য বিশ্বনাথনে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁ সেই সময়ত হেডলাইন টুডেত সাংবাদিকতা কৰি আছিল। দিল্লীৰ বসন্ত বিহাৰৰ পৰা উভতি অহাৰ সময়ত ৫ জন লোকে তেওঁৰ গাড়ীখন ঘেৰাও কৰি তেওঁক হত্যা কৰে।

২০০৯ চনত আৰক্ষীয়ে দাখিল কৰা ৬২০ পৃষ্ঠাৰ অভিযোগনামা অনুসৰি সাংবাদিক গৰাকীক ডকাইতিৰ উদ্দেশ্যে হত্যা কৰা হৈছিল।

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd