• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ভয়ানক হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে : তৃণমূল কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 3:26 pm
TRINAMOOL-TINSUKIA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ নাদিমুল হক আৰু ডাৰেক অ’ব্ৰিয়ান, লোকসভাৰ সাংসদ মমতা বালা ঠাকুৰ আৰু বিধায়ক মহুয়া মৈত্ৰৰে গঠিত তৃণমূল কংগ্ৰেছৰ  ৪জনীয়া সদস্যৰ এটা সঁজাতী দলে ধলা নৰহত্যা কাণ্ডত আপোনজনক হেৰোঁৱা পৰিয়ালসমূহক সাক্ষাৎ কৰে। দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ সঁজাতী দলটোৱে উগ্ৰপন্থীৰ হাতত নিহতসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে।

নিহতসকলৰ পৰিয়ালবৰ্গক আৰ্থিক সাহাৰ্যও প্ৰদান কৰে। নৰ্থ ইষ্ট টুডেত প্ৰকাশিত হোৱা এটা প্ৰতিৱেদনত সঁজাতী দলটোৱে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশতেই এতিয়া ‘আক্ৰমণাত্মক আঞ্চলিকতাবাদ’ৰ পৰা উদ্ভুত ভয়ানক পৰিস্থিতিয়ে বিৰাজ কৰিছে শূন্য হোৱা পৰিয়ালসমূহক কোনো ক্ষতিপূৰণে পূৰণ কৰিব নোৱাৰে।

Apply Now

এটা ছচিয়েল মেডিয়া পোষ্টত অ’ব্ৰাইনে প্ৰকাশ কৰিছে, ‘হৃদয় বিদাৰক দেওবাৰৰ পুৱা। তৃণমূলৰ লোকসভা সাংসদ মমতা ঠাকুৰ আৰু বিধায়িকা মহুয়া মৈত্ৰই শোকাতুৰা মাতৃসকলৰ সৈতে আছে। সমামাজিক জীৱনৰ আটাইতকৈ দুখঃজনক দিন… আমআৰ সকলোৰে বাবে শোকত ভাঙি পৰাৰ দিন. দুখজনক, দুখজনক দুখজনক।’

তেওঁ আৰু কৈছে যে গুজৰাটত বিহাৰীসকলক বিতাড়িত কৰা হৈছে আৰু অসমত  বাঙালীসকলক আক্‌ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।

মহুয়া মৈত্ৰই কৈছে যে সম্প্ৰদায় আৰু ধৰ্মৰ নামত ৰাইজক বিভাজিত কৰিব খোজা এচাম দুষ্কৃতিকাৰীয়ে এই হিংসাত্মক পৰিস্থিৰ সৃষ্টি কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত চলি থকা এনআৰচি প্ৰক্ৰিয়াৰ সৈতে ধলাৰ নৰহত্যাৰ ঘটনাৰ সৈতে এটা যোগসূত্ৰ আছে বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে।

উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্ট মাহত তৃণমূল কংগ্ৰেছৰ এটা সঁজাতী দলক শিলচৰ বিমানবন্দৰত আটক কৰা হৈছিল। অৱশ্যে তৃণমূলৰ সঁজাতী দলটোক বিজেপি বিধায়ক বলীন চেতীয়াই দেওবাৰে উষ্ম আদৰণি জনায়। ইফালে, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক আশ্বাস প্ৰদান কৰে যে দুষ্কৃতিকাৰীৰ কূটাঘাতী কাম কৰিবলৈ প্ৰস্তুতি চলোৱাসকলক ৰুধিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অৱশ্যে ধলা নৰহত্যাৰ বলি হোৱা ৫গৰাকী ব্যক্তিৰ পৰিয়াল আৰু তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ সৈতে এই ভয়ানক হিংসাত্মক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰাৰ বাবে সাক্ষাতৰ অনমতি বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd