• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰ বিধানসভা সমষ্টি কংগ্ৰেছৰ অকৰ্মণ্য বিধায়ক প্ৰণৱ গগৈৰ বাবেই পিছুৱাই গৈছে : অনুপ সিং ৰাজপুৰুহিত

শিৱসাগৰত কংগ্ৰেছী ৱাৰ্ড সদস্যসহ কেইবা শতাধিকৰ বিজেপিত যোগদান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 7, 2019 9:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিয়ে শনিবাৰৰ পৰা অৰ্থাৎ ৬ জুলাইৰ পৰা দেশজুৰি আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান। সমান্তৰালভাৱে শিৱসাগৰ জিলা বিজেপিয়েও শনিবাৰে শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত শিৱসাগৰ বিধানসভা সমষ্টিত এক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে।

শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজেপি দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা এ পি জি চি এলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰুহিতে কয় দেশৰ প্ৰতিগৰাকী জনসাধাৰণৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে সম উন্নয়ন আৰু সম বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিছে। বিজেপিৰ বিকাশৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ সকলো শ্ৰেণীৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছে।

কংগ্ৰেছ দলক পৰিয়ালকেন্দ্ৰিক দল আৰু জনসাধাৰণক শোষণ কৰা দল বুলি অভিহিত কৰি ৰাজপুৰুহিতে আৰু কয় কংগ্ৰেছ হৈছে নকল গান্ধীৰ দ্বাৰা পৰিচালিত দল। শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলত যোগদান কৰা লোকসকলৰ উৎসাহ দেখি অহা বিধানসভা নিৰ্বাচনত ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ২০ হাজাৰৰো অধিক ভোটত জয়ী হ’ব বুলি তেওঁ উল্লেখ কৰে।

লগতে পুৰোহিতে কয় যে শিৱসাগৰ সমষ্টি কংগ্ৰেছৰ অকৰ্মণ্য বিধায়ক প্ৰণৱ গগৈৰ বাবেই শিৱসাগৰ বিধানসভা সমষ্টি ৰাজ্যৰ ১২৬ সমষ্টিৰ ভিতৰত পিছুৱাই গৈছে।

শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক সমীৰ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা যোগদান সভাত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ লগতে আন কেইবাটাও সংগঠন আৰু অন্যান্য লোকৰ লগতে পাঁচ শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ইফালে বেতবাৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য মাণিক তাঁতীয়ে আজি বিজেপি দলত যোগদান কৰে । উল্লেখযোগ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত বেতবাৰী গাঁও পঞ্চায়তত বিজেপি দলৰ চাৰিগৰাকী ৱাৰ্ড সদস্য জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ পৰা ছয়গৰাকী ৱাৰ্ড সদস্য বিজয়ী হৈছিল।

ইয়াৰে কংগ্ৰেছৰ ৫ নং ৱাৰ্ডৰ সদস্য মৰমী গগৈয়ে যোৱা ১৩ এপ্ৰিলত কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰাৰ পাছত আজি পুনৰ কংগ্ৰেছৰ ৱাৰ্ড সদস্য মাণিক তাঁতীয়ে বিজেপিত যোগদান কৰাৰ পাছতেই বিজেপি দলৰ ৱাৰ্ড সদস্যৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পোৱাত বেতবাৰী পঞ্চায়তৰ উপ সভাপতিৰ পদটো বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd