• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2025 1:26 pm
104
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক পাশৱিক ঘটনা। পিতৃয়ে কুঁৱালৈ দলিয়ালে তিনিমহীয়া সন্তানক। চেলেংহাটৰ ডালিম চাহ বাগিছাৰ টেকলা লাইনত সংঘটিত হৈছে এই জঘন্য ঘটনা।

অমৰ বৰাইক নামৰ লোকজনৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, ডালিম চাহ বাগিছাৰ টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত যোৱা নিশা প্ৰায় ১০ মান বজাত কোনো কথাক লৈ কাজিয়াৰ সৃষ্টি হয়। দুয়োৰে কাজিয়াৰ মাজত উন্মাদপ্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইক (৩০)এ তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰপৰা টানি আজুৰি কাঢ়ি লৈ ঘৰৰ সমীপৰ এটা কুঁৱালৈ দলিয়াই দিয়ে।

আনহাতে, ঘটনা সংঘটিত কৰি চেলেংহাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে অমৰে। পৰৱৰ্তী সময়ত মাত্ৰ তিনিমাহত ভৰি দিয়া দুৰ্ভগীয়া কন্যা শিশুটিৰ মৃতদেহ কুঁৱাৰপৰা আৰক্ষীয়ে উদ্ধাৰ কৰে।

ইতিমধ্যে, ঘাতক অমৰ বৰাইকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।

Recent News

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত নাগৰিকত্ব পৰীক্ষাৰ অধিকাৰ আছে নিৰ্বাচন আয়োগৰ: উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd