• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 2, 2025 11:43 am
নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ পৰা কলিকতা অভিমুখী ইণ্ডিগ’ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হৈছে এগৰাকী অসমৰ ব্যক্তি। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই আক্ৰমণৰ দৃশ্য।

এই ঘটনাই বিমান যাত্ৰীৰ সুৰক্ষা আৰু মানসিক স্বাস্থ্যৰ সজাগতাক লৈ উদ্বেগ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শাৰীৰিক আক্ৰমণৰ বলি হোৱা ভুক্তভোগীৰ নাম হোছেইন আহমেদ মজুমদাৰ। তেওঁ মুম্বাইৰ কৰ্মস্থলীৰ পৰা নিজগৃহলৈ আহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। মুম্বাইৰ পৰা কলিকতালৈ অহা এই বিমানখনৰ পিছত আন এখন সংযোগী বিমানেৰে কলিকতাৰ পৰা শিলচৰলৈ অহাৰ কথা আছিল হোছেইন আহমেদ মজুমদাৰ।

আক্ৰমণৰ ভিডিঅ’টোত দেখা গৈছে যে মজুমদাকৰ বিমানৰ সহায়িকাই নিজৰ আসনলৈ লৈ যোৱা সময়তে এজন ব্যক্তিয়ে তেওঁৰ গালত প্ৰচণ্ড জোৰেৰে চৰ মাৰে। ইয়াৰ পিছত বিমানৰ সহায়িকা আৰু আন আন যাত্ৰীসকলে আক্ৰমণকাৰীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এই ঘটনাৰ পিছতে হোছেইনে কলকাতাৰ পৰা শিলচৰলৈ সংযোগী বিমানেৰে যোৱাৰ কথা আছিল যদিও তেওঁ এই পৰ্যন্ত নিজৰ ঘৰত উপস্থিত হোৱা নাই।

শিলচৰ বিমানবন্দৰত তেওঁৰ বাবে অপেক্ষা কৰি থকা তেওঁৰ পৰিয়ালৰ লোকে জনাইছে যে তেওঁৰ ফোনটো এতিয়াও বন্ধ হৈ আছে।

 পৰিয়ালৰ এজন সদস্যই কয় যে শিলচৰ বিমান বন্দৰত তেওঁক বিচাৰি নোপোৱাত আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলো। আনকি বিমানবন্দৰৰ ওচৰৰ উধৰবন্দ আৰক্ষী থানালৈও গৈছিলো। কিন্তু তেওঁৰ সম্পৰ্কে কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাছিলো।”

এই ঘটনা সম্পৰ্কে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই এক্সত লিখিছে, “আমাৰ এখন বিমানত শাৰীৰিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে আমি অৱগত। এনে অশান্ত আচৰণ গ্ৰহণযোগ্য নহয়। আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আৰু মৰ্যাদাৰ সৈতে আপোচ কৰা যিকোনো কাৰ্য্যক আমি গৰিহণা দিওঁ। আমি আমাৰ সকলো বিমানতে নিৰাপদ আৰু সন্মানজনক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হৈ আছো।”

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd