• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰুদ্দেশ হৈ আছে ইণ্ডিগ’ৰ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হোৱা অসমৰ ব্যক্তি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 2, 2025 11:43 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ পৰা কলিকতা অভিমুখী ইণ্ডিগ’ বিমানত সহযাত্ৰীৰ শাৰীৰিক আক্ৰমণ বলি হৈছে এগৰাকী অসমৰ ব্যক্তি। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই আক্ৰমণৰ দৃশ্য।

এই ঘটনাই বিমান যাত্ৰীৰ সুৰক্ষা আৰু মানসিক স্বাস্থ্যৰ সজাগতাক লৈ উদ্বেগ সৃষ্টি কৰিছে।

Apply Now

জানিব পৰা মতে, শাৰীৰিক আক্ৰমণৰ বলি হোৱা ভুক্তভোগীৰ নাম হোছেইন আহমেদ মজুমদাৰ। তেওঁ মুম্বাইৰ কৰ্মস্থলীৰ পৰা নিজগৃহলৈ আহি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। মুম্বাইৰ পৰা কলিকতালৈ অহা এই বিমানখনৰ পিছত আন এখন সংযোগী বিমানেৰে কলিকতাৰ পৰা শিলচৰলৈ অহাৰ কথা আছিল হোছেইন আহমেদ মজুমদাৰ।

আক্ৰমণৰ ভিডিঅ’টোত দেখা গৈছে যে মজুমদাকৰ বিমানৰ সহায়িকাই নিজৰ আসনলৈ লৈ যোৱা সময়তে এজন ব্যক্তিয়ে তেওঁৰ গালত প্ৰচণ্ড জোৰেৰে চৰ মাৰে। ইয়াৰ পিছত বিমানৰ সহায়িকা আৰু আন আন যাত্ৰীসকলে আক্ৰমণকাৰীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এই ঘটনাৰ পিছতে হোছেইনে কলকাতাৰ পৰা শিলচৰলৈ সংযোগী বিমানেৰে যোৱাৰ কথা আছিল যদিও তেওঁ এই পৰ্যন্ত নিজৰ ঘৰত উপস্থিত হোৱা নাই।

শিলচৰ বিমানবন্দৰত তেওঁৰ বাবে অপেক্ষা কৰি থকা তেওঁৰ পৰিয়ালৰ লোকে জনাইছে যে তেওঁৰ ফোনটো এতিয়াও বন্ধ হৈ আছে।

 পৰিয়ালৰ এজন সদস্যই কয় যে শিলচৰ বিমান বন্দৰত তেওঁক বিচাৰি নোপোৱাত আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলো। আনকি বিমানবন্দৰৰ ওচৰৰ উধৰবন্দ আৰক্ষী থানালৈও গৈছিলো। কিন্তু তেওঁৰ সম্পৰ্কে কোনো সুনিৰ্দিষ্ট তথ্য পোৱা নাছিলো।”

এই ঘটনা সম্পৰ্কে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই এক্সত লিখিছে, “আমাৰ এখন বিমানত শাৰীৰিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে আমি অৱগত। এনে অশান্ত আচৰণ গ্ৰহণযোগ্য নহয়। আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আৰু মৰ্যাদাৰ সৈতে আপোচ কৰা যিকোনো কাৰ্য্যক আমি গৰিহণা দিওঁ। আমি আমাৰ সকলো বিমানতে নিৰাপদ আৰু সন্মানজনক পৰিৱেশৰ প্ৰতি দায়বদ্ধ হৈ আছো।”

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd