• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ভাড়াঘৰত তিনি দিনলৈ আবদ্ধ কৰি কিশোৰীক যৌন নিৰ্যাতন

দুষ্কৃতিকাৰীৰ সঠিক তথ্য দিব পৰা নাই ভুক্তভোগী কিশোৰীগৰাকীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2018 7:52 pm
girl_raped-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰাম্য কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত এগৰাকী কিশোৰীক অপহৰণ কৰি জি এন আৰ চিৰ কাষৰ এটা ভাড়াঘৰত আবদ্ধ কৰি ৰাখি বলাৎকাৰ কৰাৰ জঘন্য ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, দশম মানৰ ছাত্ৰী এই কিশোৰীগৰাকী চৰাইদেউ জিলাৰ বৰহাট চাহ বাগানৰ বাসিন্দা।

নিৰ্যাতিতা কিশোৰীগৰাকী উত্তৰ গুৱাহাটীৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনোমতে গৈ উপস্থিত হোৱাৰ পাছত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। বৰ্তমানেও আতংকগ্ৰস্তা কিশোৰীগৰাকীয়ে ভালদৰে কথা ক’ব পৰা হৈ উঠা নাই।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা কথোপকথনত কামৰূপ (গ্ৰাম্য) চাইল্ডলাইনৰ সমন্বয়ক ইৰানী বড়োৱে কয়, “উত্তৰ গুৱাহাটী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই সন্দেহ পোষণ কৰি ততাতৈয়াকৈ চাইল্ডলাইনত খবৰ দিয়ে। আমি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা দলৰ সৈতে কিশোৰীগৰাকীক স্বাস্থ্যকেন্দ্ৰৰ পৰা লৈ আহোঁ।”

বড়োৱে জনাইছে যে দশম মানৰ বাছনি পৰীক্ষাত বহা কিশোৰীগৰাকীয়ে নৱেম্বৰৰ ১ তাৰিখে ঘৰৰ পৰা ওলাই আহি প্ৰথমে নামৰূপলৈ যায়। তাৰ পৰা ২ নৱেম্বৰত ৰে’লেৰে আহি গুৱাহাটী পাইছিল।

বড়োৱে কয়, ‘প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰীগৰাকীয়ে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত অনাই-বনাই ঘূৰি আছিল। দেৱ বৰা নামৰ এজন লোকে তেওঁক কামাখ্যা মন্দিৰলৈ লৈ যায়। তাৰ পাছত নিৰ্যাতিতাগৰাকীৰ ভাষ্য অনুসৰি দেৱ বৰাই তেওঁক জি এন আৰ চি হস্পিটেলৰ কাষত সমীপৱৰ্তী তেওঁৰ ভাড়াঘৰলৈ লৈ গৈ তিনি দিন ধৰি যৌন নিৰ্যাতন চলায়।

ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰ কে বৰাই নৰ্থ ইষ্ট নাওৰ আগত সদৰী কৰিছে যে নিৰ্যাতিতাগৰাকীয়ে অপৰাধীক চিনাক্ত কৰাব পৰা নাই আৰু তেওঁৰ বিষয়ে বিতং বিৱৰণ দিব পৰা নাই। তেওঁ আৰু কৈছে, “আমি কিশোৰীগৰাকীক জি এন আৰ চি হস্পিটেলৰ সমীপৱৰ্তী ঘৰলৈ লৈ যোৱা সত্ত্বেও তেওঁ স্থানটো চিনাক্ত কৰিব পৰা নাই।

বৰাই আৰু জনায় যে নিৰ্যাতিতাগৰাকীক গুৱাহাটীৰ ৰূপনগৰস্থিত ‘কল্যাণী নিৱাস’ নামৰ আশ্ৰয় ভৱনলৈ লৈ যোৱা হৈছে। মঙলবাৰে নিৰ্যাতিতাগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ’ব। এই পৰ্যন্ত কোনো এজাহাৰ দাখিল কৰা হোৱা নাই বুলি জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd