• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্তৰ মৃত্যুৰ এক মাহ : প্ৰথমবাৰলৈ মুখ খুলি কি ক’লে প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেই?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2020 6:22 pm
sushant-singh-rajput-was-indebted-to-ex-girlfriend-ankita-lokhande-actors-stylist-leepakshi-ellawadi-0001
56k
VIEWS
Share on FacebookShare on Twitter

আজি এক মাহ সম্পূৰ্ণ হ’ল সুশান্ত সিং ৰাজুপতৰ আত্মহত্যাৰ।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

অসংখ্য লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজপুতৰ আত্মহত্যাকলৈ।

কিন্তু আজি এমাহে নিশ্চূপ হৈ আছিল সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে।

উল্লেখ্য যে সুশান্তৰ মৃত্যুত যথেষ্ট ভাঙি পৰা অংকিতাই সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ লগতে ফোনো ৰিচিভ কৰা নাছিল।

বন্ধু মহলে জনোৱা অনুসৰি সুশান্তৰ মৃত্যুৰ পিছত অংকিতাই অকল ভাঙি পৰাই নহয় বহুবাৰ সংজ্ঞাহীনো হৈ পৰিছিল।

ইফালে অংকিতাই সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটত গৈ সুশান্তৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰিছিল।

তথাপিও অংকিতাই সুশান্তৰ মৃত্যুৰ সম্পৰ্কে কোনো মুখ খোলা নাছিল।

কিন্তু সুশান্তৰ মৃত্যুৰ এমাহ স্পৰ্শ কৰা আজিৰ দনিটোতে অংকিতাই চ’ছিয়েল মাধ্যমৰ চাইট ইনষ্টাগ্ৰামত এক প’ষ্ট কৰিছে।

সুশান্তৰ ফ’টো আৰু নাম উল্লেখ নকৰাকৈ ঠাকুৰ আসন ফ’টো সংলগ্ন প’ষ্টত অংকিতাই কৈছে, “ভগৱানৰ সন্তান।”

বহুতে ধাৰণা কৰিছে ভগৱান সন্তান হিচাপে অংকিতাই সুশান্তত সিং ৰাজপুতকে নিৰ্দেশ কৰিছে।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ লগত অংকিতাৰ প্ৰায় ৭ বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল।

Recent News

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

পাক গুপ্তচৰক বিবাহৰ প্ৰস্তাৱ জ্যোতি মালহোত্ৰাৰ : ফাদিল হোৱাটছএপৰ মেচেজ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত স্থাপন হ’ব সুৰাৰ বিপনীঃ ‘আলমা মেটাৰ’ক লৈ মুঠেই চিন্তিত নহয় হিমন্ত বিশ্ব!

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

আইফোন আৰু ইউৰোপীয় ইউনিয়নৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব : ভাবুকি ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd