• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দয়ালু আৰক্ষী : কয়দীক দয়া কৰি চাকৰি গ’ল আৰক্ষী জোৱানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 9:04 pm
14.3k
VIEWS
Share on FacebookShare on Twitter

এনকাউণ্টাৰেই হওক বা আন যিকোনো আজৱ কাণ্ডৰ বাবেই হওক, উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাৰে বাৰে বিভিন্ন কাৰ্যকলাপৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

কিন্তু এইবাৰ যোগীৰাজ্যৰ আৰক্ষীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে এক সম্পূৰ্ণ বেলেগ ঘটনাৰ বাবে ।

কিছুদিন আগতে এজন আৰক্ষীয জোৱানে এজন কয়দীক আদালতলৈ লৈ গৈ আছিল। কিন্তু হঠাৎ বন্দী কয়দীজনৰ মদৰ পিয়াহ লাগিল। কয়দীজনে জোৱানগৰাকীক অনুৰোধ কৰিলে মদ খোৱাৰ বাবে অকণমান সুবিধা কৰি দিয়াৰ বাবে। পিয়াহ পূৰণৰ বাবে কয়দীগৰাকীক পঘাৰে সৈতে সুৰাৰ বিপনীলৈ লৈ গ’ল কৰ্তব্যত থকা আৰক্ষী জোৱান গৰাকীয়ে।

 

अपराधियों का ध्यान रखने वाली मित्र पुलिस किसी राज्य में नहीं मिलेगी।
पेशी पर आए अपराधी को प्यास लगी बग़ल में शराब की दुकान देखकर मन में लड्डू फूटा फिर क्या था दीवान जी भी दरियादिल निकले
तुरंत आपकी सेवा में तत्पर @Uppolice का विचार मन में कौंधा।खूब जमेंगी जब मिल बैठेंगे दो यार pic.twitter.com/Lw49Q2ggW4

— Mamta Tripathi (@MamtaTripathi80) April 28, 2023

এই দৃশ্য বন্দী হ’ল কোনো লোকৰ কেমেৰাত। ইয়াৰ পিছতেই ভাইৰেল হৈ পৰিল সুৰাৰ দোকানৰ সন্মুখত আৰক্ষী জোৱান গৰাকী আৰু কয়দীৰ থিয় হৈ থকাৰ ছবি।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰত। জানিব পৰা মতে, এই ঘটনা ২৮ এপ্ৰিলত সংঘটিত হৈছিল।

ঘটনাটো চৰ্চালৈ অহাৰ পিছত পুনৰ এবাৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ আইন-শৃংখলা বিভাগে ইতিমধ্যে এই ঘটনাৰ সত্যতা মানি লৈছে। হামিৰপুৰ আৰক্ষী অধীক্ষকে অভিযুক্ত আৰক্ষী জোৱানজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা বুলি দাবী কৰিছে৷

थाना कुरारा क्षेत्र अंतर्गत पीआरडी द्वारा मुलजिम को शराब दिलाने की घटना के संबंध में पुलिस अधीक्षक हमीरपुर द्वारा दी गई बाइट::- pic.twitter.com/dfiVTDp29g

— HAMIRPUR POLICE (@hamirpurpolice) April 28, 2023

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd