• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি উজলি উঠিল ১৯ গৰাকীকৈ অসম সন্তান

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 4, 2019 9:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ ৰ পৰা ৩১ ডিচেম্বৰলৈ স্প’ৰ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি কলিয়াবৰৰ ১৯ জনকৈ কাৰাটে প্ৰতিযোগী উজলি উঠিছে।

ব্লেকবেল্ট প্ৰাপ্ত কলিয়াবৰৰ বিপ্লৱ কুমাৰ শইকীয়াৰ প্ৰশিক্ষণ তথা নেতৃত্বত কলিয়াবৰৰ পৰা ২০ জনীয়া দলে বিশ্ব কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰতে এগৰাকী পাঁচবছৰীয়া কনমানি প্ৰতিযোগীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

Apply Now

ৰিদ্ধি ৰাগিনী কাশ্যপ নামৰ এই কনমাণিয়ে বিশ্ব কাৰাটেৰ জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ৫ বছৰীয়া ৰিদ্ধি ৰাগিনীৰ লগতে ৰূপজ্যোতি শইকীয়া ,মৃনাল বৰা ,সুৰজ পাণ্ডে হেমজানন লাংঠাছা আৰু চিহ্ননী গাৰ্গ ভটাচাৰ্যকে ধৰি মুঠ ৬ জনে ভিন্ন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।

তদুপৰি, কলিয়াবৰৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি সাতজনে ৰূপৰ পদক আৰু ৬ জনে ব্ৰ’ঞ্জৰ পদক লাভৰে দেশলৈ কঢ়িয়ালে মূঠ ১৮ টাকৈ পদক। এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে কলিয়াবৰৰ কাৰাটে দলটোৰ প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়া।

আনহাতে, বিশ্ব কাৰাটেৰ সমান্তৰালকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠে কলিয়াবৰৰ কণমানি গৰিমা হাজৰিকা। কলিয়াবৰৰ সোণাৰী গাঁৱৰ বিপিন হাজৰিকা আৰু ৰুমী হাজৰিকাৰ ৮ বছৰীয়া কন্যা গৰিমাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা কলকাতাত অয়োজিত সাংস্কৃতিক প্ৰতিযোগিতাত ‘দশ অৱতাৰ নৃত্য’ৰে প্ৰথম স্থান লাভ কৰি ৰাজ্য তথা কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে গৰিমা হাজৰিকাই।

তদুপৰি, চলিত বৰ্ষৰ মাৰ্চ ,এপ্ৰিল আৰু চেপ্তেম্বৰ মাহত ক্ৰমে ইউৰোপ ,জাপান আৰু থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক প্ৰতিযোগিতা অংশগ্ৰহণৰ নিমন্ত্ৰণ লাভ কৰিছে কলিয়াবৰৰ গৰিমা হাজৰিকাই।

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগতে ৰাষ্ট্ৰীয় সাংস্কৃতিক ক্ষেত্ৰখনত সফলতা অৰ্জন কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা এইসকল প্ৰতিভাৱানক শুকুৰবাৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

সম্বৰ্দ্ধনা অনুষ্ঠানত সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি সাফল্য কঢ়িয়াই অনা দলটোক কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে উষ্ম আদৰণি জনায়। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মণি মাধৱ মহন্তই সকলোকে অনাগত দিনতো কলিয়াবৰলৈ সুনাম কঢ়িয়াই অনাৰ এই যাত্ৰা অটুট ৰাখি অনাগত দিনত বিশ্বৰ বুকুত নিজৰ নাম খোদিত কৰিব পৰাকৈ আৰু অনুশীলন কৰি দেশলৈ সন্মান আজুৰি আনিবলৈ সকলোলৈকে শুভকামনা জ্ঞাপন কৰে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd