• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণত অভিযুক্ত দুই বিবাহিত যুৱকক গ্ৰেপ্তাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 31, 2018 6:21 pm
113
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ধাৰাবাহিকভাৱে নাৰী নিৰ্যাতন বলাৎকাৰ অথবা হত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে বোকাখাতত দুজন বিবাহিত লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। দুই বিবাহিত লম্পট ধৰ্ষণকাৰীক ভাস্কৰ দত্ত আৰু বিচিত্ৰ বৰা ওৰফে বুবুল বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে বোকাখাত কলাখোৱা গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী বুধবাৰে বিদ্যালয় ছুটীৰ পাছত ঘৰলৈ গৈ থকা ভাস্কৰ নামৰ লম্পটটোৱে ফুৰাবলৈ নিয়াৰ প্ৰলোভনেৰে সতীৰ্থ বুবুলৰ ঘলৈ নিয়ে।

আৰু পিছত দুই লম্পটে বুবুলৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী তথা কিশোৰী গৰাকীক ধৰ্ষণ কৰে। আৰু লগতে কিশোৰী গৰাকীক ঘটনা সন্দৰ্ভত পৰিলায়লৰ লোকক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

ইফালে নিজ কন্যা বিদ্যালয়ৰ পৰা ঘৰলৈ সময়ত ঘূৰি নহাত পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ সন্দৰ্ভত বিচাৰ-খোচাৰ কৰে যদিও সন্ধিয়ালৈকে কোনো সম্ভেদ নাপালে।

কিছু সময়ৰ পিছত ছাত্ৰী গৰাকী লম্পট দুটাৰ হাতৰ পৰা পলায় আহি নিজ গৃহত উপস্থিত হৈ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আৰু বোকাখাত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত দুই লম্পটক বৃহস্পতিবাৰে নিশা অভিযান চলাই আটক কৰে। লগতে আৰক্ষীৰ জেৰাত দুই অভিযুক্তই কিশোৰী গৰাকীৰ ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে।

আনহাতে বোকাখাত আৰক্ষীয়ে গোচৰ নং ৪১৯/১৮ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ডি) ধাৰাত দুই লম্পটক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে লম্পট তথা অভিযুক্ত ভাস্কৰ দত্তৰ ঘৰ বোকাখাত মণ্ডল গাঁৱত আৰু বিচিত্ৰ বৰাৰ ঘৰ বোকাখাতৰ বৰভেটা গাঁৱত ৷ বিবাহিত ভাস্কৰৰ এগৰাকী কণমানি কন্যা সন্তানো আছে আৰু লম্পট প্ৰকৃতিৰ বিচিত্ৰ বৰাই ইতিমধ্যে দুগৰাকীক বিবাহ কৰাইছে ৷

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd