• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সঞ্চালক আৰু অধ্যক্ষাৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ; কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
August 27, 2022 8:21 pm
127
VIEWS
Share on FacebookShare on Twitter

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ জয়পুৰস্থিত ছেম কলেজ অৱ নাৰ্ছিঙত শনিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিভাৱক সকলকো আজি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷

নাৰ্ছিং প্ৰতিষ্ঠানটোৰ সঞ্চালক ছেখ আব্দুলা আৰু অধ্যক্ষা হুছনাৰা বেগমৰ বিৰুদ্ধে আৱাসী ছাত্ৰীসকলক মানসিক, শাৰীৰিক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এনে পৰিস্থিতিত হোষ্টেল এৰি সা-সামগ্ৰীলৈ যাবলৈ সাজু হৈছে প্ৰায় অৰ্ধ শতাধিক হোষ্টেলৰ আৱাসী ছাত্ৰী৷ অভিভাৱকসকলে এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ৷

লগতে পঢ়ক: উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে আহোম সংগঠনসমূহে

কাৰ্বি আংলং,ওদালগুৰি,বাক্সা আদি বিভিন্ন জিলাৰ পৰা বহু ছাত্ৰী সপোন বুকুত লৈ ছেম কলেজ অৱ নাৰ্ছিঙত অধ্যয়ন কৰিবলৈ আহিছিল৷

ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে সংবাদ মাধ্যমৰ আগত কোৱা মতে প্ৰতিষ্ঠানটোৱে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃত বুলি জনাইছিল৷ কিন্তু পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰাহে স্বীকৃতি পোৱা বুলি জানিব পাৰি ছাত্ৰীসকল ক্ষোভিত হৈ পৰে৷

অকল ইমানেই নহয় হোষ্টেলৰ আৱাসী ছাত্ৰীসকলকো সময়মতে খাদ্য যোগান নধৰা,পানী যোগান নিদিয়া আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: Scorpio Venom: বিষৰ মূল্য কোটি কোটি টকা; ২০ হাজাৰ বৃশ্চিকৰ খেতি কৰি ধনী হ’ল কৃষক

উল্লেখ্য যে কেৱল কোকৰাঝাৰতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ সন্দেহজনক প্ৰতিষ্ঠান আছে যদিও চৰকাৰ-প্ৰশাসনে এনেবোৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd