• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Scorpio Venom: বিষৰ মূল্য কোটি কোটি টকা; ২০ হাজাৰ বৃশ্চিকৰ খেতি কৰি ধনী হ’ল কৃষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2022 6:59 pm
131
VIEWS
Share on FacebookShare on Twitter

Farmer breeds scorpions and earns millions তুৰস্কৰ এজন খেতিয়কে হাজাৰ হাজাৰ বৃশ্চিকৰ খেতি কৰে! তেওঁ বিভিন্ন প্ৰসাধন আৰু ফাৰ্মাচিউটিকেল কোম্পানীক ইয়াৰ বিষ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে। এইটো আচৰিত যেন লাগিলেও এজন তুৰ্কী কৃষক অৰেনলাৰে তাকেই কৰিছে।

স্থানীয় বাতৰি কাকতৰ মতে কৃষকজনে তেওঁৰ কৃষিপামত প্ৰায় ২০ হাজাৰ  এণ্ড্ৰোক্টোনাছ টাৰ্কিয়েনচিছ প্ৰজাতিৰ বৃশ্চিক ৰাখিছে। সেইবোৰ স্বচ্ছ বাকচ এটাৰ ভিতৰত ৰাখে। অৰেনলাৰে দাবী কৰে যে প্ৰতিটো বৃশ্চিকত দিনে প্ৰায় ২ মিলিগ্ৰাম বিষ পোৱা যায়। ভাৰতীয় মুদ্ৰাত তুৰ্কীৰ বজাৰত এক লিটাৰ এই বিষৰ মূল্য প্ৰায় ৮০ কোটি টকা।

লগতে পঢ়ক: Dalai Lama: চীনৰ সৈতে উত্তেজনা চলি থকাৰ মাজতে টাইৱান ভ্ৰমণ কৰিব দালাই লামাই!

অৰেনলাৰে কয় যে তেওঁ পোনপটীয়াকৈ বিষ বিক্ৰী নকৰে। ইয়াক সংগ্ৰহৰ পিছত প্ৰক্ৰিয়াকৰণৰ কাম চলি থাকে। বিষটো প্ৰথমে শীতলীকৰণ কৰা হয়। তাৰ পিছত, শীতলীকৃত বিষ গুৰি কৰি ইউৰোপৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়।

বিতৰ্ক স্বত্বেও বিশেষজ্ঞৰ এটা অংশই দাবী কৰে যে বৃশ্চিকৰ এই প্ৰজাতিৰ বিষত বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন আৰু পেপটাইড পোৱা যায় যাক বিভিন্ন প্ৰসাধন কোম্পানী আৰু ফাৰ্মাচিউটিকেল কোম্পানীয়ে ব্যৱহাৰ কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd