• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ হাৰিপৰা তিনিআলিত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 19, 2019 9:25 am
IMG-20190918-WA0016

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নাজিৰা সংযোগী পথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী মতে শিৱসাগৰ দিশৰ পৰা বাইকেৰে গৈ থকা দুজন যুৱকৰ লগত নাজিৰাৰ পৰা শিৱসাগৰ দিশে আহি থকা এখন মেজিকৰ সৈতে মু্খামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হয় বাইক আৰোহী যুৱক দুজন।

লগে লগে স্থানীয় ৰাইজে চেৰেকাপাৰ আৰক্ষীক জনোৱাৰ লগতে ১০৮ সেৱাক অৱগত কৰে যদিও চেৰেকাপাৰ আৰক্ষীৰ আই চি  প্ৰদীপ ৰাজখোৱাঁই আঘাত প্ৰাপ্ত যুৱকদুজনক চিকিৎসালয়লৈ নিয়াত অৱহেলা কৰাৰ বাবে বিনা চিকিৎসাৰে এজন যুৱকৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে অভিযোগ তোলে।

প্ৰায় ডেৰঘন্টা ধৰি যুৱকজন ঘটনাস্থলীতে পৰি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

আৰক্ষীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজ তথা দল সংগঠনে আটাছুৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি তপন চেতিয়াৰ নেতৃত্বত পথ অৱৰোধ কৰে।

চেৰেকাপাৰ আৰক্ষী চকীৰ অই চি জনে সময়মতে যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ নকৰাৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি আটাছুৰ লগতে বহু কেইটা দল সংগঠন আৰু স্থানীয় ৰাইজে শিৱসাগৰ নাজিৰা পথটো অৱৰোধ কৰে।

পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষীৰ বহুকেইজন উচ্চপদস্থ বিষয়া আহি ৰাইজৰ লগত আলোচনা কৰাৰ পাছতেহে অৱৰোধ উঠাই দিয়া হয়।

আটাছুৰ উপ-সভাপতি তপন চেতিয়াই কয়, ‘২৪ ঘন্টাৰ ভিতৰত চেৰেকাৰপাৰ আৰক্ষী চকীৰ আই চি প্ৰদীপ ৰাজখোৱাঁক বদলি কৰিব লাগিব।এইজন আৰক্ষী বিষয়াই ডেৰঘন্টা ঘটনাস্থলীত থাকিও এখন গাড়ী যোগাৰ কৰি আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত অৱহেলা কৰিলে, যাৰ বাবে বিনা চিকিৎসাই যুৱকজনৰ মৃত্যু হ’ল’।

অবৈধ মদৰ দোকানৰ পৰা দৈনিক কমিচন সংগ্ৰহত ব্যস্ত থকা চেৰেকাপাৰ আৰক্ষী চকীৰ এইজন আই চিক ২৪ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ দাবী উত্থাপন কৰে আটাছুৱে। অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে আটাছুৰ উপ- সভাপতি গৰাকীয়ে।

দুৰ্ঘটনাত মৃত যুৱকজনৰ নাম মনোজ গগৈ। তেওঁৰ ঘৰ মাদুৰী মলাগাঁৱত। পিতৃৰ নাম মাধৱ গগৈ। আনহাতে ভৰিত আঘাতপ্ৰাপ্ত যুৱকজন নাজিৰা ন’মাটিৰ ভাস্কৰ বৰুৱা বুলি জানিব পৰা গৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd