• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ হাৰিপৰা তিনিআলিত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 19, 2019 9:25 am
IMG-20190918-WA0016

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নাজিৰা সংযোগী পথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী মতে শিৱসাগৰ দিশৰ পৰা বাইকেৰে গৈ থকা দুজন যুৱকৰ লগত নাজিৰাৰ পৰা শিৱসাগৰ দিশে আহি থকা এখন মেজিকৰ সৈতে মু্খামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হয় বাইক আৰোহী যুৱক দুজন।

Apply Now

লগে লগে স্থানীয় ৰাইজে চেৰেকাপাৰ আৰক্ষীক জনোৱাৰ লগতে ১০৮ সেৱাক অৱগত কৰে যদিও চেৰেকাপাৰ আৰক্ষীৰ আই চি  প্ৰদীপ ৰাজখোৱাঁই আঘাত প্ৰাপ্ত যুৱকদুজনক চিকিৎসালয়লৈ নিয়াত অৱহেলা কৰাৰ বাবে বিনা চিকিৎসাৰে এজন যুৱকৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে অভিযোগ তোলে।

প্ৰায় ডেৰঘন্টা ধৰি যুৱকজন ঘটনাস্থলীতে পৰি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

আৰক্ষীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজ তথা দল সংগঠনে আটাছুৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি তপন চেতিয়াৰ নেতৃত্বত পথ অৱৰোধ কৰে।

চেৰেকাপাৰ আৰক্ষী চকীৰ অই চি জনে সময়মতে যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ নকৰাৰ বাবেই এজন যুৱকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি আটাছুৰ লগতে বহু কেইটা দল সংগঠন আৰু স্থানীয় ৰাইজে শিৱসাগৰ নাজিৰা পথটো অৱৰোধ কৰে।

পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষীৰ বহুকেইজন উচ্চপদস্থ বিষয়া আহি ৰাইজৰ লগত আলোচনা কৰাৰ পাছতেহে অৱৰোধ উঠাই দিয়া হয়।

আটাছুৰ উপ-সভাপতি তপন চেতিয়াই কয়, ‘২৪ ঘন্টাৰ ভিতৰত চেৰেকাৰপাৰ আৰক্ষী চকীৰ আই চি প্ৰদীপ ৰাজখোৱাঁক বদলি কৰিব লাগিব।এইজন আৰক্ষী বিষয়াই ডেৰঘন্টা ঘটনাস্থলীত থাকিও এখন গাড়ী যোগাৰ কৰি আহত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত অৱহেলা কৰিলে, যাৰ বাবে বিনা চিকিৎসাই যুৱকজনৰ মৃত্যু হ’ল’।

অবৈধ মদৰ দোকানৰ পৰা দৈনিক কমিচন সংগ্ৰহত ব্যস্ত থকা চেৰেকাপাৰ আৰক্ষী চকীৰ এইজন আই চিক ২৪ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ দাবী উত্থাপন কৰে আটাছুৱে। অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে আটাছুৰ উপ- সভাপতি গৰাকীয়ে।

দুৰ্ঘটনাত মৃত যুৱকজনৰ নাম মনোজ গগৈ। তেওঁৰ ঘৰ মাদুৰী মলাগাঁৱত। পিতৃৰ নাম মাধৱ গগৈ। আনহাতে ভৰিত আঘাতপ্ৰাপ্ত যুৱকজন নাজিৰা ন’মাটিৰ ভাস্কৰ বৰুৱা বুলি জানিব পৰা গৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd