• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ সিদ্ধান্ত আদিবাসী ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 8:47 am
tea-tribe-rally

অসমৰ আদিবাসীসকলৰ আন্দোলন। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনৰ চাহ শ্ৰমিকসকলে বিজেপিক বৰ্জন কৰিব। তদুপৰি, সদৌ আদিবাসী ছাত্ৰ সন্থাই আনকি চাহ বাগিচা অঞ্চলত বিজেপিৰ নেতা-কৰ্মীসকলৰ প্ৰৱেশো নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীত আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰাই এই কথা সদৰী কৰে।

বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে যিবোৰ প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও আজিলৈকে পূৰণ নকৰিলে বুলি উল্লেখ কৰি লাক্ৰাই বিজেপিক প্ৰতাৰক আখ্যা দিয়ে। চাহ শ্ৰমিকসকলক লৈ বিজেপিয়ে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ তুলি ছাত্ৰ নেতা গৰাকীয়ে কয় যে বিজেপিয়ে ধনবল প্ৰয়োগ কৰি চাহ বাগিচাসমূহৰ চৰ্দাৰ পৰ্যায়ৰ লোকসকলক নিজৰ পক্ষলৈ নিয়াৰ ৰাজনীতি আৰম্ভ কৰিছে।

আনহাতে, চাহ শ্ৰমিক সম্প্ৰদায়ৰ জনপ্ৰতিনিধিসকলেও চাহ শ্ৰমিকসকলক চৰম প্ৰতাৰমা কৰি অহা বুলি স্পষ্ট কৰি দি লাক্ৰাই কয় যে  মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী আদিৰ দৰে নেতাসকলৰ ওপৰত চাহ শ্ৰমিকসকলৰ অকণো ভৰসা নাই।

তদুপৰি, চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰি অহা জনপ্ৰতিনিধিসকলক এশিকনি দিবলৈ আদিবাসী ছাত্ৰ সন্থা এইবাৰ সাজু হৈছে বুলি আছাৰ নেতা ষ্টিফেন লাক্ৰাই সদৰী কৰে।

ৰাজ্যখনৰ আদিবাসী লোকসকলে জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত কৰি অহা আন্দোলনক চৰকাৰে অলপো গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰি লাক্ৰাই কয় যে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ প্ৰতি বৰ্তমান অধিক অৱহেলাহে কৰিবলৈ লৈছে।

আনহাতে, নিৰ্বাচনত চাহ শ্ৰমিকৰ ভোটেৰে অনায়াসে নিৰ্বাচিত হৈ জনপ্ৰতিনিধিসকলে সম্প্ৰতি তেওঁলোকৰ প্ৰতি দেখুওৱা অনীহাৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থাই বিজেপিক বৰ্জন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টোৱে বিজেপিক শলঠেকত পেলোৱাৰ সম্ভৱনাই দেখা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

বাৰে বাৰে কৈ আছিল জুবিনে, “মই নাযাওঁ” : জোৰ কৰি লৈ গৈছিল শ্যামকানুৱে, দুদিন খোৱা নাছিল কেইবাটাও টেবলেট

September 20, 2025 12:14 pm
‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

September 20, 2025 12:40 pm
অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ, নিয়া হৈছে চিকিৎসালয়লৈ

September 20, 2025 12:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd