• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘চান্দা’ তুলিছিল বহাগী বিদায়ৰ বাবে; কিন্তু সেই চান্দাৰে আছুৱে চিকিৎসালয়ত প্ৰদান কৰিলে অক্সিজেন চিলিণ্ডাৰ

গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়টি ক’ভিড ভেকচিন প্ৰদানৰ বাবে চিকিৎসা বিভাগক অৰ্পণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2021 4:20 pm
176554515_195951072353751_503079569389762534_n
403
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সময়ত আঞ্চলিকতাবাদী ছাত্ৰ সংগঠন ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ নেতৃত্বৰ বিৰুদ্ধে ‘চান্দাজীৱী’ বুলি অভিযোগ উঠি অহাৰ মাজতে ধেমাজি জিলাৰ গোগামুখ আছুৱে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ।

ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপৰ বাবেই গোগামুখ আছুৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক বহাগী বিদায় অনুষ্ঠান বাতিল কৰি অনুষ্ঠানৰ বাবে উঠা ‘চান্দা’ বা ধনেৰে দুখনকৈ চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে।

আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এক অনুষ্ঠানৰ জৰিয়তে ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ হাতত কোভিড পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ ১০ টাকৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে গোগামুখ ছাত্ৰ সন্থাই।

উক্ত অক্সিজেন চিলিণ্ডাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়।

তেওঁ কয়, ‘কৰ’না মহামাৰীৰ বাবে সমগ্ৰ পৃথিৱী আতংকিত হৈ থকাৰ সময়ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটা মহৎ উদ্দেশ্যৰে গ্ৰহণ কৰা এই পদক্ষেপ প্ৰশংসনীয় ৷ এই মহান কামৰ জড়িয়তে ক’ভিড চিকিৎসাত বহুখিনি সহায়ক হ’ব লগতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়টি ক’ভিড ভেকচিন প্ৰদানৰ বাবে চিকিৎসা বিভাগক অৰ্পণ কৰিছে ৷ আহিবলগীয়া দিনবোৰত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি মই আশাবাদী ৷’

‘সকলোৱে সজাগ হওক, বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া ক’ভিড প্ৰট’কল সমূহ মানি চলক আৰু সুস্থ থাকক,‘-ৰাইজৰ প্ৰতি আহ্বান জনাই বৰুৱাই এইদৰে কয়।

ৰং ৰহস্যৰ পৰা আঁতৰি থাকি বৰ্তমান সময়ত সমাজৰ মংগলৰ স্বাৰ্থত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সময়োপযোগী সিদ্ধান্তই এই কথাকেই প্ৰমাণ কৰি দেখুৱালে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, গোগামুখৰ প্ৰাক্তন ছাত্ৰ নেতা সকলৰ লগতে গোগামুখৰ বিভিন্ন গণ্য-মান্য ব্যক্তি।

Recent News

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd