• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোশীমঠত ভাঙি পেলোৱা হ’ব প্ৰায় ১০০০ টা ঘৰ, ঘৰ এৰি যাবলৈ অনিচ্ছুক বাসিন্দা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2024 9:50 pm
737
VIEWS
Share on FacebookShare on Twitter

যোশীমঠত ভাঙি পেলোৱা হ’ব প্ৰায় ১০০০ টা ঘৰ। চৰকাৰী জাননী পোৱাৰ পিছতো স্থানীয় ৰাইজে ঘৰৰ এৰি যাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে। ইমান বছৰৰ স্মৃতি এৰি আন ঠাইলৈ যাবলৈ কোনেও বিচৰা নাই। চৰকাৰে নতুন ঠিকনাৰ ব্যৱস্থা কৰিলেও ৰাইজে নিজৰ ঘৰ এৰি যাবলৈ সন্মতি প্ৰকাশ কৰা নাই। 

ইতিমধ্যে যোশীমঠৰ অঞ্চলসমূহ দুৰ্বল বুলি প্ৰশাসনে অৱগত কৰিছিল। এন ডি আৰ এফৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰাখণ্ডৰ যোশীমঠ অঞ্চলৰ ৩৫ শতাংশ অঞ্চল অতি দুৰ্বল। সেই অঞ্চলতে থকাৰ ব্যৱস্থা, দোকান-পোহাৰ আৰু হোটেল আছে। শীঘ্ৰে সকলো ভাঙি পেলাব লাগে বুলি কয় ৰাজ্য প্ৰশাসনে। 

যোশীমঠৰ বাসিন্দাসকলৰ বাবে থকাৰ বিকল্প ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু তালৈ যাবলৈ ইচ্ছুক নহয় বাসিন্দাসকল। 

জানিব পৰা মতে যোশীমঠৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা গৌচাৰৰ সমীপৰ বামোথ গাঁৱত থকাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু ইমান দূৰলৈ গৈ জীৱিকা নিৰ্বাহ কৰাটো কঠিন হৈ পৰিব বাসিন্দা সকলৰ বাবে।

প্ৰসংগক্ৰমে জানুৱাৰী মাহৰ শেষৰ মাহত সমগ্ৰ যোশিমাঠ চহৰত ইটোৰ পিছত সিটো ঘৰত ফাট মেলিবলৈ ধৰিলে। কিছুমান ঘৰৰ বহু অংশ লৰচৰ কৰি ভাঙি যায়। চৰকাৰৰ তথ্য অনুসৰি সেই সময়ছোৱাত মুঠ ৮৬৮টা ঘৰৰ ক্ষতিসাধন হয়। ইয়াৰে ১৮১টা ঘৰ চামোলি জিলা প্ৰশাসনে ‘বসবাস কৰিব নোৱাৰা’ বুলি চিনাক্ত কৰিছে। প্ৰায় শ শ লোকে ঘৰ এৰি সাহায্য শিবিৰলৈ যাব লগা হৈছে নিৰ্দিষ্ট সময়ৰ বাবে।

Recent News

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd