• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৰ্থ-ইষ্ট নাওত বাতৰি প্ৰকাশৰ পাছতে কোৱাৰেণ্টাইনত থকা সাংবাদিকলৈ সহায়ৰ হাত ভিন্নজনৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 17, 2020 5:55 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ৰোগত আক্ৰান্ত হৈ হ’ম কোৱাৰেণ্টাইনত থকা যুৱ সাংবাদিক কল্প জ্যোতি শইকীয়াক অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আৰু দিচপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে ব্যক্তিগতভাৱে খাদ্য সামগ্ৰী প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

উল্লেখ্য যে আজি পুৱা কোৱাৰেণ্টাইনত থকাৰ সময়ত খাদ্য-সামগ্ৰীৰ বাৰুকৈয়ে অভাৱ হোৱা বুলি সাংবাদিক গৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ জৰিয়তে  প্ৰকাশ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ পাছতে অসম অলিম্পিক সন্থাৰ সম্পাদক কোঁৱৰ আৰু ACP দাসে হ’ম কোৱাৰেন্টাইনত থকা যুৱ সাংবাদিক গৰাকীক সহায় কৰাৰ বাবে আগবাঢ়ি আহে।

তেওঁলোকে খাদ্য-সামগ্ৰীৰ তালিকাত সাংবাদিক গৰাকীৰ প্ৰয়োজন অনুসৰি মাছ, আম, মৌচুমী, ফলৰ ৰস, শাক-পাচলি আদি প্ৰদান কৰে।

ইয়াৰ উপৰি তেওঁৰ সতীৰ্থ সাংবাদিক দিগন্ত কুমাৰ দাস, স্মিতা ৰাণী ডেকা, অঞ্জনা দাস, প্ৰশান্ত বৰ্মণ, দ্বীপজ্যোতি শৰ্মা, বিৰচু শৰ্মা, গৌৰাংগ মাধৱ শইকীয়া, পাৰ্থ প্ৰতিম বৰদলৈ, দিব্য জ্যোতি দাস, চিন্ময় ৰয় আৰু হেমন্ত বৰাকে ধৰি আন বহু লোকে তেওঁক খাদ্য সামগ্ৰী প্ৰদান কৰে।

আনহাতে মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াইও সহায়ৰ হাত আগবঢ়ায়।

সাংবাদিক কল্পজ্যোতি শইকীয়াই  তেওঁক কৰা সহায়ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

ইফালে খাদ্যৰ সংকটত বোগা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতো স্বাস্থ্য বিভাগ বা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিকজনে।

Recent News

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd