• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 9:30 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ল’ড চেটবটৰ সৃষ্টিকৰ্তা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকে লেখকসকলৰ দাখিল কৰা কপিৰাইট উলংঘাৰ গোচৰৰ সমাধানৰ বাবে কমেও ১.৫ বিলিয়ন ডলাৰ দিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই গোচৰত দাবী কৰা হৈছে যে কোম্পানীয়ে নিজৰ বৃহৎ ভাষাৰ মডেলসমূহক প্ৰশিক্ষণ দিবলৈ কিতাপসমূহৰ পাইৰেটেড কপিসমূহ অবৈধভাৱে ব্যৱহাৰ কৰিছে। নিষ্পত্তিৰ অধীনত এন্থ্ৰপিকে জড়িত আনুমানিক ৫ লাখ কিতাপৰ প্ৰতিখনৰ বাবে প্ৰায় ৩ হাজাৰ ডলাৰ দিব লাগিব, যদিও বৈধ দাবীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মুঠ পৰিমাণ বৃদ্ধি পাব পাৰে। কোম্পানীয়ে মূল ডাউনলোড কৰা ফাইলসমূহ আৰু যিকোনো কপিও ধ্বংস কৰিব লাগিব, যিয়ে এআই যুগত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা লেখকসকলৰ বাবে এক মূল্যৱান জয়ৰ চিন স্বৰূপ হৈ পৰিছে।

যোৱা বছৰৰ পৰাই এই গোচৰটো আৰম্ভ হৈছিল যেতিয়া তিনিজন লেখক ক্ৰমে লেখক আন্দ্ৰেয়া বাৰ্টজ, চাৰ্লছ গ্ৰেবাৰ আৰু কাৰ্ক ৱালেছ জনছনে এন্থ্ৰপিকক নামৰ সংস্থাটোৰ ওপৰত গোচৰ  তৰিছিল। তেওঁলোকে লেখক আৰু প্ৰকাশকৰ এটা বৃহৎ গোটক প্ৰতিনিধিত্ব কৰে, যাৰ কিতাপসমূহ পাইৰেচি ৱেবচাইটৰ জৰিয়তে ডাউনলোড কৰি ক্ল’ড চেটবটক প্ৰশিক্ষণ দিয়া হৈছিল। জুন মাহত আমেৰিকাৰ এজন ফেডাৰেল ন্যায়াধীশে ৰায় দিছিল যে এআই প্ৰশিক্ষণৰ বাবে কপিৰাইটযুক্ত কিতাপ ব্যৱহাৰ কৰাটো অবৈধ নহয় যদিও পাইৰেচিৰ জৰিয়তে সেইবোৰ লাভ কৰাটো অনুচিত আছিল। জুলাই মাহত কেলিফৰ্ণিয়াৰ এজন ফেডাৰেল ন্যায়াধীশে এই পাইৰেটেড লাইব্ৰেৰীসমূহৰ দ্বাৰা প্ৰভাৱিত আমেৰিকাৰ লেখকসকলৰ হৈ ক্লাছ-একচন গোচৰত অনুমোদন জনাইছিল।

Apply Now

অহা সপ্তাহত এই নিষ্পত্তিৰ অনুমোদনৰ বাবে অপেক্ষাত আছে আৰু ই জেনেৰেটিভ এআই ব্যৱস্থাসমূহত ন্যায্য ব্যৱহাৰৰ বাবে এক নজিৰ গঢ়ি তুলিব পাৰে। ন্যায্য ব্যৱহাৰ নীতিয়ে অনুমতি অবিহনে কপিৰাইটযুক্ত সামগ্ৰীৰ সীমিত ব্যৱহাৰৰ অনুমতি দিয়ে, যেনে সংবাদৰ প্ৰবন্ধত উদ্ধৃতি দিয়া। অথাৰ্ছ গিল্ডৰ চিইঅ’ মেৰী ৰেচেনবাৰ্গাৰে এক বিবৃতিত কয় যে এই ঐতিহাসিক নিষ্পত্তিত এই কথা স্বীকাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ যে এআই কোম্পানীয়ে কেৱল লেখকৰ সৃষ্টিশীল কাম চুৰি কৰিব নোৱাৰে। তেওঁ লগতে যোগ কৰে যে ইয়াৰ ফলত অধিক অনুজ্ঞাপত্ৰ চুক্তিৰ সৃষ্টি হ’ব লাগে, যিয়ে লেখকসকলক ক্ষতিপূৰণ আৰু মুক্ত বজাৰ সমাজত তেওঁলোকৰ কামৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd