• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 3:44 pm
আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱা।

আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱা।

2.4k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা আশীষ বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে কলকাতা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

ইয়াৰ পূৰ্বে এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা তথা নাট্যশিল্পী ৰাজোশী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেতাগৰাকী। তেওঁ অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা।

আশীষ বিদ্যাৰ্থীয়ে ১১টা ভাষাত ২০০ৰো অধিক ছবিত কাম কৰিছে।

লগতে পঢ়ক: নতুন সংসদ ভৱনত ঐতিহাসিক ‘ছেংগ’ল’ বা ৰাজদণ্ড প্ৰতিষ্ঠা কৰিব প্ৰধানমন্ত্ৰীয়ে; কি এই Sengol?

গুৱাহাটীৰ ৰূপালী বৰুৱা ফেশ্বন উদ্যোগী আৰু কলকাতাৰ এখন অত্যাধুনিক ফেশ্বন ষ্ট’ৰৰ সৈতে জড়িত হৈ আছে।

আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাৰ সৈতে তেওঁলোকৰ নিকট পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱী উপস্থিত থাকি এক অনুষ্টুপীয়া পঞ্জীয়ন বিবাহ সম্পন্ন কৰে।

বিয়াৰ পিছত আনুষ্ঠানিক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়।

কেইবাটাও চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ বাবে পৰিচিত এই প্ৰবীণ অভিনেতাগৰাকীৰ ১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্ম হৈছিল।

লগতে পঢ়ক: ৰক ‘এন’ ৰোলৰ ৰাণী কিংবদন্তি গায়িকা টিনা টাৰ্নাৰৰ ৮৩ বছৰ বয়সত মৃত্যু

১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা কেৰিয়াৰত আশীষ বিদ্যাৰ্থীয়ে কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে।

আজিলৈকে তেওঁ ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে। আশীষ বিদ্যাৰ্থীয়ে চৰ্দাৰ বল্লভাই পেটেলৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ প্ৰথমখন চিনেমা চৰ্দাৰত ভিপি মেননৰ চৰিত্ৰত অভিনয় কৰিছিল।

কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল দ্ৰোহকাল, যাৰ বাবে তেওঁ ১৯৯৫ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

লগতে পঢ়ক: শিৱসাগৰত জুৱাৰ বেহা: জুৱাকেন্দ্ৰিক কাজিয়াত আঘাতপ্ৰাপ্ত বিজেপি নেতা

‘1942: A Love Story’ ত কৰা আশুতোষৰ চৰিত্ৰৰ বাবেও তেওঁ পৰিচিত।

আশীষ বিদ্যাৰ্থীয়ে ১৯৯৬ চনৰ ‘ইছ ৰাত কি সুবহ নেহি’ ছবিৰ বাবে নেগেটিভ ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd