• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰক ‘এন’ ৰোলৰ ৰাণী কিংবদন্তি গায়িকা টিনা টাৰ্নাৰৰ ৮৩ বছৰ বয়সত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2023 2:26 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা বংশোদ্ভূত কিংবদন্তি গায়িকা টিনা টাৰ্নাৰে বুধবাৰে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। টিনাৰ প্ৰতিনিধিয়ে জনোৱা মতে, ছুইজাৰলেণ্ডৰ জুৰিখৰ ওচৰৰ কুছনাখটত থকা নিজৰ ঘৰত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত তেওঁৰ মৃত্যু হয়।

টিনাৰ দীৰ্ঘদিনীয়া প্ৰচাৰক বাৰ্নাৰ্ড ড’হাৰ্টিয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। অৱশ্যে এই জনপ্ৰিয় তাৰকাগৰাকীৰ মৃত্যুৰ কাৰণৰ বিষয়ে একো জানিব পৰা হোৱা নাই। কিন্তু শেহতীয়াকৈ তেওঁৰ ষ্ট্ৰোক হৈছিল আৰু তেওঁ কিডনীৰ সমস্যাতো ভুগি আছিল।

লগতে পঢ়ক: বিবাহৰ আতিথ্য গ্ৰহণ কৰি লাগিল অথন্তৰ: ৰসগোল্লা খাই চিকিৎসালয়ত ভৰ্তি ৭০ গৰাকী অতিথি

Apply Now

১৯৫০ চনত, ৰক ‘এন’ ৰোলৰ প্ৰথমৰ দিনবোৰত টিনাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কিছুদিনৰ ভিতৰতে তেওঁ এমটিভিৰ চাঞ্চল্য হৈ পৰে। তেওঁৰ তালিকাৰ শীৰ্ষস্থান দখল কৰা গীত হৈছে ‘ৱাটছ লাভ গট টু ডু উইথ ইট’। য’ত তেওঁ প্ৰেমক ‘ছেকেণ্ড হেণ্ড ইমোচন’ বুলি অভিহিত কৰিছিল। যিটো এতিয়াও সমানেই জনপ্ৰিয়।

টিনা টাৰ্নাৰ বুলি ক’লেই মনলৈ আহে এইগৰাকী হলিউডৰ গায়িকাগৰাকীয়ে যি সোণালী চুলি, মিনি স্কাৰ্ট, ক্ৰপড জিন্স জেকেট, ষ্টিলেট পিন্ধি নিউয়ৰ্কৰ ৰাজপথত খোজ কাঢ়িছে। বলিষ্ঠ কণ্ঠ, অন্তহীন উৎসাহ, শক্তিশালী মঞ্চ অভিনয়েৰে তেওঁ সহজেই ‘ৰক এন ৰোল’ৰ ৰাণী হৈ পৰিছিল।

লগতে পঢ়ক: সৰিয়হৰ ডুলিতে ভূত! ড্ৰাগছ ব্যৱসায়ীৰে সম্পৰ্ক ৰক্ষা কৰি গ্ৰেপ্তাৰ ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক

১৯৮৮ চনত ৰিঅ’ ডি জেনেৰিঅ’ত তেওঁৰ অনুষ্ঠানত ১ লাখ ৮০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল, যিটো যিকোনো একক শিল্পীৰ আটাইতকৈ ডাঙৰ কনচাৰ্ট।  তেওঁ লগতে গীটাৰিষ্ট স্বামী ইকৰ সৈতেও একেলগে গীত গাইছিল। তেওঁলোকৰ গীত ‘প্ৰাউড মেৰী’ আৰু ‘ৰিভাৰ দীপ’ অতি জনপ্ৰিয়।

১৯৭৮ চনত ইক আৰু টিনাৰ মাজত বিচ্ছেদ ঘটে। বৈবাহিক সম্পৰ্কত থকাৰ সময়ত ইকৰ পৰা পোৱা আঘাতৰ বাবে চকু আৰু মুখত দাগ হোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত আঘাতৰ বাবে কেইবাবাৰো জৰুৰী চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।

লগতে পঢ়ক: শিৱসাগৰত জুৱাৰ বেহা: জুৱাকেন্দ্ৰিক কাজিয়াত আঘাতপ্ৰাপ্ত বিজেপি নেতা

আমেৰিকাৰ টেনেচিত জন্মগ্ৰহণ কৰা টিনা টাৰ্নাৰে ৮টা গ্ৰেমী বঁটা লাভ কৰিছে। ২০২১ চনত টিনাক একক শিল্পী হিচাপে ৰক এণ্ড ৰল হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়। তাৰ আগতে যদিও গায়িকাগৰাকীৰ নাম তাত প্ৰাক্তন স্বামী ইকৰ সৈতে ৰখা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd