• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপদে লগ এৰা নাই অভিনেতা দৰ্শনক; এইবাৰ অভিনেতাজনৰ ফাৰ্ম হাউচত উদ্ধাৰ অবৈধভাৱে ৰখা বিপন্ন বিদেশী চৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 11:39 am
7.8k
VIEWS
Share on FacebookShare on Twitter

অনুৰাগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত কানাড়া অভিনেতা দৰ্শন থুগুদীপক কৰ্ণাটকৰ টি নাৰ্চীপুৰাত থকা নিজৰ ফাৰ্ম হাউচত অবৈধভাৱে বিদেশী চৰাই এটা ৰখা অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বেও দৰ্শনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল আৰু বৰ্তমান অভিনেতাজন আৰক্ষীৰ জিম্মাত থকাৰ বাবে বন বিভাগে পুনৰ বিষয়টো তদন্তৰ বাবে ল’ব পাৰে।

কৰ্ণাটকৰ পৰিৱেশ আৰু বনমন্ত্ৰী ঈশ্বৰ খণ্ড্ৰেই আইন ভংগ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, ১১ জুনত দৰ্শনৰ ডাই হাৰ্ড অনুৰাগী ৰেনুকাস্বামীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত দৰ্শন আৰু তেওঁৰ সহ অভিনেত্ৰী তথা বান্ধৱী পবিত্ৰ গৌড়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, যোৱা ৮ জুনত চিত্ৰদুৰ্গা জিলাৰ পৰা গৌড়ালৈ অপমানজনক বাৰ্তা প্ৰেৰণ কৰা ৰেনুকাস্বামী (৩৩) নামৰ অটোৰিক্সা চালকক অপহৰণ কৰা বুলি অভিযোগ উঠিছে। পাছত ৰেণুকাস্বামীৰ মৃতদেহ বেংগালুৰুৰ সুমনাহল্লী দলঙৰ সমীপত উদ্ধাৰ হয়।

মৰণোত্তৰ পৰীক্ষাৰ তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে ৰেণুকাস্বামীক বিদ্যুৎস্পৃষ্ট কৰা হৈছিল। তদন্ত অব্যাহত থকাৰ সময়তেম কানাড়া চিনেমাৰ ‘চেলেঞ্জিং ষ্টাৰ’ নামেৰে পৰিচিত দৰ্শন আৰু তেওঁৰ সহযোগীসকল বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

Recent News

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত ড০ হীৰেন গোহাঁইৰ ৰাভা স্মৰণ বক্তৃতাৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

আৰু এগৰাকী সোনম! ৰাজাৰ দৰেই নিৰ্মম হত্যা ৰবীন্দ্ৰকো; গ্ৰেপ্তাৰ পত্নী আৰু তেওঁৰ প্ৰেমিক

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd