• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসালয়ৰ বিচনাত অক্সিজেন লোৱা অৱস্থাতে গীত আঁওৰালে অভিনেতা ৰাজীৱ ক্ৰ’ই

'ক’ৰ’না খলনায়ক আৰু মই নায়ক' : কোভিড আক্ৰান্ত ৰোগীৰ সাহস হৈ থিয় দিলে ৰাজীৱ ক্ৰ’ই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 17, 2021 6:47 pm
445
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে অভিনেতা ৰাজীৱ ক্ৰ’।

যোৱা ১৩ মে’ৰ দিনা ক’ৰ’ণাত আক্ৰান্ত হৈছিল জনপ্ৰিয় কৌতুক অভিনেতাগৰাকী।

কালিলৈকে বিনা অক্সিজেন মাস্কেৰে জিএমচিএইছত চিকিৎসাধীন হৈ আছিল ক্ৰ’।

অৱশেষত আজিৰে পৰা অক্সিজেন ল’বলগীয়া হৈছে অভিনেতাজনে।

কিন্তু মনৰ বল হেৰুওৱা নাই তেওঁ।

অক্সিজেন মাস্ক পিন্ধিয়েই তেওঁ গাইছে গীত।

গীতৰ জৰিয়তে তেওঁ কয় ‘ক’ৰ’ণা এয়া কেৱল তোমাৰ আৰু মোৰ মাজৰ কাহিনী। এই কাহিনীত তুমি খলনায়ক আৰু মই নায়ক। প্ৰতিটো কাহিনীত নায়কৰ জয় হয় আৰু খলনায়কৰ পৰাজয় হয়। এই কাহিনীতো ক’ৰ’না তুমি হাৰিবা মই জিকিম, ক’ৰ’না সাৱধানে থাকিবা।‘

কালিও ফেচবুক প’ষ্টযোগে ক্ৰ’ই এগৰাকী নাৰ্চৰ কথা বৰ্ণনা কৰিছিল।

তেওঁ এখন ফটোৰ সৈতে ফেচবুকত লিখিছিল ‘এখেত এগৰাকী নাৰ্চ। কিন্তু PPE KIT নিপিন্ধাকৈ মোক বেজী দিছে। কিয়?? PPE KIT ৰ যোগান নাই নে নাৰ্চ গৰাকীৰ অৱহেলা? নে তেখেতে কোভিডক ভয় নকৰে?

n

‘ এতিয়া আচল কথাটো কওঁ।এখেত নাৰ্চ। urology Dept.ৰ। নাম সবিতা কলিতা। কালিলৈকে এখেতে PPE KIT পিন্ধি আন আন ৰোগীৰ লগতে মোকো প্ৰতিপাল কৰি আছিল। কিন্তু কোভিড ৰোগীক প্ৰতিপাল কৰি কৰি আজি নিজে এগৰাকী কোভিড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। লগতে তেখেতৰ স্বামী। ঘৰত থকা ছোৱালীৰ হাতত ঘৰ খনৰ লগতে নিজ দুগৰাকী কণ কণ কন্যাক এৰি আহিছে।তেখেতে এই ৰাতিখন তেখেতৰ বাবে দিয়া ৰোগীৰ বিচনাত শুই থাকিব লাগিছিল।‘ ক্ৰ’ই লিখি কয়।

কিন্তু, এখেতে শুবলৈ এৰি নিজে এগৰাকী কোভিড ৰোগী হৈয়ো বিনা PPE KIT, বিনা হাত মোজাৰে কৰ্তব্য পালন কৰি আছে বুলি উল্লেখ কৰি ক্ৰ’ই লিখিছে ‘মোক বেজী দি থাকোঁতে মই কেৱল তেওঁৰ মুখলৈ চাই আছিলোঁ। কব নোৱাৰাকৈ মোৰ দুগালে দুধাৰী বৈ আহিছিল।কিয় মই নিজে উত্তৰটো নাপালোঁ। হয়তো শ্ৰদ্ধাত। এওঁলোকে হৈছে আচল কোভিড যুঁজাৰু। হে যুঁজাৰু আপোনালৈ শত শত প্ৰণাম। আপোনাৰ আশু আৰোগ্য কামনা কৰিলোঁ।‘

Recent News

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd