• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাগ্যৰ পৰিহাস! সপোন আছিল আই এ এছ অফিচাৰ হোৱাৰ কিন্তু… কোন এইগৰাকী অভিনেত্ৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2025 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৩ চনত মুক্তি পোৱা ব্লকবাষ্টাৰ চিনেমা ‘মাদ্ৰাছ কেফে’ত জন আব্ৰাহামৰ সৈতে অভিনয় কৰিছিল অভিনেত্ৰী ৰাশি খান্নাই। কিন্তু, ৰাশিৰ কেতিয়াও অভিনয়ৰ প্ৰতি আকৰ্ষণ নাছিল। ফাৰহা খানৰ ইউটিউব চেনেলত অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা সদৰী কৰে।

অডিচনলৈ অনিহা কিয়?

ৰাশি খান্নাই কেতিয়াও অভিনয় কৰিব বিচৰা নাছিল। ফাৰাহ খানৰ শ্ব’ত তেওঁ কয় যে, “মই মোৰ প্ৰথম অডিচনৰ দিবলৈ যোৱাৰ সময়ত পলাই আহিছিলো। মোক লিপ গ্লছৰ বিজ্ঞাপনৰ বাবে মাতিছিল। কিন্তু, মোৰ সন্মুখত ইমানবোৰ মানুহ দেখি আচৰিত হ’লোঁ৷ স্বভাৱতে মই অলপ লাজকুৰীয়া।”

‘মাদ্ৰাছ কেফে’ৰ অডিচনত কি হৈছিল?

কাষ্টিং ডাইৰেক্টৰে ৰাশিক অডিচনৰ প্ৰস্তাৱ দিলে। কিন্তু, ৰাশি প্ৰথমতে ৰাজী হোৱা নাছিল। দুবাৰকৈ নাকচ কৰাৰ পিছত তৃতীয়বাৰ সন্মানৰ খাতিৰত হয় বুলি কয় । কিয়নো ৰাশিয়ে অভিনেত্ৰী হ’ব বিচৰা নাছিল। তেন্তে তেওঁৰ সপোন কি আছিল?

আই এ এছ বিষয়া হোৱাৰ সপোন

অভিনেত্ৰী ৰাশি খান্নাই কয়, ‘আচলতে মোৰ আই এ এছ বিষয়া হোৱাৰ সপোন আছিল। কিন্তু অভিনেত্ৰী হোৱাৰ পিছত মই অনুভৱ কৰোঁ যে ইয়াতো মানুহৰ বাবে বহুত কাম কৰাৰ সুযোগ আছে। সেইবাবেই মই এগৰাকী অভিনেত্ৰী হৈ সুখী। কাৰণ মইতো মানুহৰ বাবেই কাম কৰিব বিচাৰিছিলো।’

প্ৰস্তুতিও আৰম্ভ কৰিছিল?

ফাৰাহ খানৰ অনুষ্ঠানত ৰাশিয়ে কয়, ‘মইতো আই এ এছৰ বাবে প্ৰস্তুতি চলাই আছিলো। মোৰ অফিচাৰ হ’বলৈ মন আছিল। কিন্তু, ভাগ্যই মোক চলচ্চিত্ৰ জগতৰ সংস্পৰ্শলৈ আনিলে। মডেল বা অভিনেত্ৰী হোৱাৰ সপোন কেতিয়াও দেখা নাছিলো।

ৰাশি খান্নাই কিমান ভাষা জানে?

অভিনেত্ৰী ৰাশি খান্নাই হিন্দী, তামিল, তেলেগু, হিন্দী আৰু ইংৰাজী জানে। মন কৰিবলগীয়া যে তেওঁ হিন্দী, তামিল, আৰু তেলেগু তিনিটা ভাষাৰ ছবিতে কাম কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd