• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূৰ্ণগতিত চলি আছে ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি ‘ৰঘুপতি’ৰ নিৰ্মাণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2020 5:14 pm
পূৰ্ণগতিত চলি আছে ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি ‘ৰঘুপতি’ৰ নিৰ্মাণ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰুষোত্তম ৰজা ৰাম চন্দ্ৰৰ আন এটা নাম ৰঘুপতি। তেওঁৰ জীৱন কথাৰ পৰাই অনুপ্ৰাণিত হৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰবী শৰ্মাই প্ৰথমবাৰৰ বাবে কাহিনী, চিত্ৰনাট্য আৰু সংলাপেৰে নিৰ্মাণ কৰিছে পূৰ্ণদৈঘ্যৰ অসমীয়া ছবি ‘ৰঘুপতি’।

ছবিখনত এজন ACS বিষয়াৰ যাত্ৰা দেখাবলৈ প্ৰয়াস কৰা হৈছে। বিষয়াজনৰ নামটো ৰঘুপতি গতিকে ৰঘুপতি নামটোৰ মৰ্য্যাদা ৰাখিবলৈ তেওঁ কৰিবলগীয়া ত্যাগ, দ্বায়িত্ব, কৰ্তব্য আদি ছবিখনত দেখা যাব।

লগতে ছবিখনত আছে বাংলাদেশী প্ৰসংগ, সমন্বয়ৰ ভাব, সমাজত নাৰীৰ মৰ্য্যদাৰ প্ৰসংগ।

মূখ্য চৰিত্ৰত আছে ৰবী শৰ্মা আৰু প্ৰীতি কংকনা। সিদ্ধাৰ্থ মূখাৰ্জি, সৌৰভ হাজৰিকা, অৰুণ নাথ, ৰাজ শৰ্মা, কেকে দা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাজনো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে।

ইতিমধ্যে ছবিখনৰ বহু শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰনয় আৰু অৰ্শ্চান্তে সংগীত পৰিচালনা কৰা ছবিখনৰ গীত সমূহত কণ্ঠ দান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিক্ষু আৰু নিলাক্ষিয়ে। প্ৰমোচন গীত গাব আচুয্য বৰপাত্ৰই।

ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিব বুলি উল্লেখ কৰি ইয়াৰ কাৰিকৰী দিশ যথেষ্ট উচ্চ মানৰ হৈছে বুলি উল্লেখ কৰি ৰবী শৰ্মাই কয়, ‘দেশৰ বা ৰাজ্য বাহিৰত থকা প্ৰতিজনে ৰঘুপতি ছবিখন সগৌৰৱে নিজে চোৱাৰ লগতে আনকো দেখাব পাৰিব।‘

ছবিখনৰ প্ৰযোজনা সুৰজ শৰ্মাৰ, পৰিচালনা কৰিছে সুব্ৰতে আৰু কেমেৰাৰ কাম কৰিছে প্ৰদীপ দৈমাৰীয়ে। চলিত বৰ্ষতে ছবিখনে মুক্তি লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

August 19, 2025 11:39 am
বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

August 19, 2025 1:06 pm
সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

August 19, 2025 12:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd