• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

ৰাজনীতিলৈ দক্ষিণৰ চুপাৰষ্টাৰ থালাপথী বিজয়ঃ শীঘ্ৰেই ঘোষণা কৰিব দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2024 7:33 pm
Thalapathy Vijay
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাক্ষিণাত্যৰ চিনেমা জগতৰ চুপাৰষ্টাৰ অভিনেতা থালাপথী বিজয়ে শীঘ্ৰেই খোজ দিব ৰাজনীতিত। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজনীতিলৈ আহিব বিজয়।

প্ৰকাশিত খবৰ অনুসৰি, বিজয়ে নিজাকৈ দল গঠন কৰি নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিব। অভিনেতাগৰাকীৰ ফেন ক্লাব বিজয় মক্কল ইয়াক্কামে এই বিষয়ত নিশ্চিতি প্ৰদান কৰিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত হোৱা এক বৈঠকত বিজয়ক নিজৰ দল পঞ্জীয়ন কৰাৰ লগতে দলৰ সভাপতি হিচাপে নিজৰ নাম ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

দলৰ পঞ্জীয়নৰ কাম এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে, তামিলনাডুৰ লগতে সমগ্ৰ দাক্ষিণাত্যত বিজয়ৰ আছে বিপুল সংখ্যক অনুৰাগী।

বিভিন্ন জনকল্যাণমূলক কামৰ সৈতেও পূৰ্বৰে পৰা জড়িত হৈ আছে বিজয়। সেই কাৰণতে অভিনেতাগৰাকীৰ সৈতে দাক্ষিণাত্যত আছে ব্যাপক জনসমৰ্থন।

২০১৮ চনত তামিলনাডুৰ থুথুকুডিত আৰক্ষীৰ গুলীচালনাত প্ৰায় ১৩ গৰাকী সাধাৰণ লোকৰ মৃত্যুক লৈ উত্তাল হৈ পৰিছিল ৰাজ্যখনৰ পৰিৱেশ।

এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰিছিল বিজয়ে। অভিনেতাগৰাকীৰ এই পদক্ষেপৰ পিছতে তেওঁৰ ৰাজনৈতিক অভিষেকক লৈ চৰ্চা চলিছিল।

তেতিয়াৰ পৰাই দক্ষিণৰ চুপাৰষ্টাৰগৰাকীৰ ফেন ক্লাব বিজয় মক্কল ইয়াক্কামে ৰাজনৈতিক কাৰ্যসূচীত যথেষ্ট সক্ৰিয় হৈ পৰিছিল আৰু তামিলনাডুৰ স্থানীয় সংস্থাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।

তদুপৰি অভিনেতাগৰাকীয়ে ডিচেম্বৰ মাহত বানপানীত ক্ষতিগ্ৰস্ত উজনি ৰাজ্যৰ দক্ষিণ জিলাসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰিছিল।

ইয়াৰ পূৰ্বেই অৱশ্যে বিজয়ে ২০২৬ চনত ৰাজনৈতিকভাৱে অভিষেক ঘটাব বুলি ইংগিত দিছিল। কিন্তু তেওঁৰ অনুৰাগীসকলে তেওঁক অতি সোনকালে নিজৰ দলৰ পঞ্জীয়ন আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd