• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 15, 2025 6:21 pm
58
VIEWS
Share on FacebookShare on Twitter

বলীউড অভিনেত্ৰী আলিয়া ভাটৰ প্ৰাক্তন সহায়িকা বেদিকা প্ৰকাশ শ্বেট্টীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আলিয়াৰ ব্যক্তিগত একাউণ্ট আৰু তেওঁৰ প্ৰডাকচন সংস্থা ‘ইটাৰ্নেল ছানছাইন প্ৰডাকচন প্ৰাইভেট লিমিটেড’ৰ পৰা মুঠ ৭৬,৯০,৮৯২ টকা অপৰাধমূলকভাৱে আত্মসাৎ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বেদিকাই এই দুই একাউণ্ট ব্যৱহাৰ কৰি ধনৰ প্ৰৱঞ্চনা চলাইছিল।

 অভিযোগ অনুসৰি, তেওঁৰ চহী জাল কৰি একাউণ্টৰ পৰা বিপুল পৰিমাণৰ ধন উঠোৱা হৈছে। এই ঘটনাত আলিয়াৰ প্ৰাক্তন ব্যক্তিগত সহায়িকা বেদিকা প্ৰকাশ শেঠীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেৱল অভিনেত্ৰীৰ ব্যক্তিগত একাউণ্টেই নহয়, তেওঁৰ প্ৰডাকচন সংস্থা ‘ইটাৰ্নেল ছানছাইন প্ৰডাকচনছ প্ৰাইভেট লিমিটেড’ৰ একাউণ্টৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগো বেদিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, বেদিকা প্ৰকাশ শেঠী আলিয়াৰ যথেষ্ট ঘনিষ্ঠ  আছিল আৰু ব্যক্তিগত সহায়ক হিচাপে কাম কৰি আছিল। এই পদৰ সুবিধা লৈ তেওঁ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। বিষয়টো পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি হৈছে।

ইটাৰ্নেল ছানছাইন প্ৰডাকচনৰ প্ৰথম ছবি হিচাপে ‘ডাৰ্লিংছ’ মুক্তি পোৱা হৈছিল, যিটো শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ সহযোগত প্ৰস্তুত কৰা হৈছিল। এই ছবিখনত আলিয়া ভাটৰ সৈতে বিজয় বাৰ্মা আৰু শ্বেফালী শ্বাহে মুখ্য ভূমিকা পালন কৰিছিল।নেটফ্লিক্সত মুক্তি পোৱা এই ছবিখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। বৰ্তমান আলিয়া তেওঁৰ পৰৱৰ্তী বৃহৎ প্ৰকল্প ‘Alpha’ৰ শ্বুটিঙত ব্যস্ত, যি এখন স্পাই ইউনিভাৰ্ছ ছবি আৰু তাত তেওঁ শৰ্বৰী মুখাৰ্জীৰ সৈতে অভিনয় কৰিব। এই ছবিখন ২০২৫ চনৰ ২৫ ডিচেম্বৰত মুক্তি পাব বুলি আশা কৰা হৈছে।

Recent News

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd