• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে এন আৰ চি (NRC) অতিৰিক্ত খচৰা; সেৱা কেন্দ্ৰ, অনলাইনত উপলব্ধ প্ৰকাশিত অতিৰিক্ত খচৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 3:37 pm
Assam's citizen forum pleads centre to withdraw NRC

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পুৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পূৰ্বে আজি প্ৰকাশ পাই নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা। প্ৰকাশিত অতিৰিক্ত খচৰাখন প্ৰতিটো অন আৰ চি সেৱা কেন্দ্ৰ, মহকুমাধিপতিৰ কাৰ্য্যালয়, জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপলব্ধ হ’ব।

প্ৰকাশিত হোৱা এন আৰ চিৰ অতিৰিক্ত খচৰাখনৰ তালিকাত ১ লাখ ২ হাজাৰ ৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভূক্ত হৈছে। তালিকাখনত ‘ডি’ ভোটাৰ, বিদেশী ঘোষিত লোকৰ নাম আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ নামো অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশ পাইছে।

অতিৰিক্ত খচৰাত দাবী-আপত্তিৰ শুনানিৰ ফলাফল অন্তৰ্ভক্ত কৰা হোৱা নাই। তালিকাত নাম সন্নিবিষ্ট লোকসকললৈ জাননী প্ৰেৰণ কৰা হ’ব।

তদুপৰি, ১১ জুলাইৰ ভিতৰত এন আৰ চি সেৱাকেন্দ্ৰত দাবী উত্থাপন কৰিব পাৰিব আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে শুনানিযোগে দাবী সমূহ নিষ্পত্তি কৰা হ’ব বুলি এন আৰ চি কৰ্তৃপক্ষই উল্লেখ কৰিছে।

আনহাতে, উল্লেখিত কেন্দ্ৰ আৰু কাৰ্য্যালয়ৰ উপৰিও অনলাইন যোগে নাগৰিকসকলে নিজৰ নাম এন আৰ চিৰ অতিৰিক্ত খচৰাত অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব। অনলাইনত অতিৰিক্ত খচৰাখনত নিজৰ নাম চাব বিচৰাসকলে www.nrcassm.nic.in  ৱেবছাইটত গৈ কম্প্লিট ড্ৰাফট এন আৰ চি ভিউৱিং লিংক (Complete Draft NRC viewing Link) ত গৈ এক্সক্লুডেদ ইন এদিশ্যনেল লিষ্টত উপলব্ধ হোৱা তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব।

ইতিমধ্যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ৰক্ষী প্ৰতীক হাজেলাই এন আৰ চিৰ অতিৰিক্ত খচৰাখন প্ৰকাশৰ পূৰ্বে জিলাসমূহৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত জিলা উপায়ুক্তক সজাগ হৈ থকাৰ বাবে নিৰ্দেশনা দিয়ে। অতিৰিক্ত খচৰা প্ৰকাশৰ সময়ত সেৱা কেন্দ্ৰ সমূহৰ নথি-পত্ৰ তথা গুৰুত্বপূৰ্ণ ফাইল আদিবোৰ সুৰক্ষিত অৱস্থাত ৰখাটো নিশ্চিত কৰাৰ বাবেও জিলা উপায়ুক্তসকলক আহ্বান জনাই হাজেলাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd