• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এমি এৱাৰ্ডছত আদিল হুছেইন অভিনীত ‘দিল্লী ক্ৰাইম’লৈ বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 12:43 pm
Delhi-Crime-1024x512
3.1k
VIEWS
Share on FacebookShare on Twitter

৪৮সংখ্যক ইন্টাৰনেশ্যনেল এমি এৱাৰ্ডছত ভাৰতে সফলতা লাভ কৰিছে।২০১২ৰ নিৰ্ভয়া গণধৰ্ষণ তথা হত্যাৰ ঘটনাৰে নিৰ্মিত আদিল হুছেইন অবিনীত নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’য়ে বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা লাভ কৰে।

ৰাজধানী দিল্লীত চলন্ত বাছত গণধৰ্ষণৰ বলি হয় পেৰামেডিকেলৰ ছাত্ৰী। বাধা দিয়াৰ সময়ত প্ৰেমিকক বেয়াকৈ মাৰপিট কৰা হয়। নৃশংস নিৰ্যাতন চলোৱাৰ পাছত ছাত্ৰীৰ যৌনাংগত লোহাৰ ৰ’ড সুমুৱাই দিয়া হৈছিল।

ইয়াৰ পাছত চলন্ত বাছৰ পৰা নিৰ্যাতিতাগৰাকীৰ লগতে প্ৰেমিকক বাহিৰত পেলাই থৈ যায়। চিকিৎসা কৰিও বচাব পৰা নগ’ল সেই যুৱতীক।

মানৱতাক লজ্জিত কৰা সেই জঘন্য নিৰ্ভয়া কাণ্ডক লৈ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চলিত বছৰতেই সেই ঘটনাত জড়িত পাষণ্ডকেইজনক ফাঁচীৰ ৰায় দিয়া হয়।

Delhi Crime #DelhiCrime wins the Emmy @iemmys International Awards for Best Drama. Congratulations @RichieMehta unmatchable @ShefaliShah dearest @rajeshtailang and whole team Big Big Congratulations! 😁😁😁😁💥💥💥💥💥

— Adil hussain (@_AdilHussain) November 23, 2020

নিৰ্ভয়াৰ সেই শিহৰণকাৰী গণধৰ্ষণ আৰু হত্যাৰ ঘটটনাক লৈ নিৰ্মাম কৰা নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ত আদিল হুছেইন, শেফালি শ্বাহে অভিনয় কৰিছে। ছবিখনৰ পৰিচালক ৰিচি মেহতা।

কৰ’না সংকটৰ বাবে এইবাৰ ৪৮সংখ্যক ইন্টাৰনেশ্যনেল এমি এৱাৰ্ডছৰ বঁটা প্ৰদান অনুষ্ঠান ভাৰ্চুৱেল ৰূপে কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰথমবাৰৰ বাবে কোনো দৰ্শক উপস্থিত নাছিল।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd