• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্মক্ষেত্ৰত সফলতা প্ৰাপ্তিৰ আশা! চাণক্যৰ এই চাৰি পৰামৰ্শ মানি হওক উপকৃত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 7:01 am
Chanakya Niti
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য্য চাণক্য ভাৰতীয় সমাজ-জীৱনত এক সৰ্ব অনুকৰণীয় ব্যক্তি। মানৱ জীৱনৰ আনুসংগিক দিশসমূহৰ ওপৰত বিস্তৰ আলোকপাত তথা নানা সমস্যা আৰু সমাধানৰ বিশদ আলোচনাৰে চাণক্যই দেখুৱাই গৈছে ব্যক্তিৰ জীৱনৰ সাফল্যৰ পথ।

এগৰাকী ব্যক্তিয়ে নিজ কাৰ্যালয় তথা কৰ্মক্ষেত্ৰত কেনেদৰে আকাংক্ষিত প্ৰাপ্তি লভিব পাৰে, সেই সন্দৰ্ভতো উল্লেখ কৰি গৈছে। চাণক্যৰ এই বিশেষ ৪টা পৰামৰ্শ পালনত যিসকলে কঠোৰ পৰিশ্ৰমেৰে যত্ন লয়, তেওঁলোক সৰ্বদা কৰ্মক্ষেত্ৰত সফল হয় বুলি ক’ব খোজে।

Apply Now

চাণক্যই সফলতা লাভ কৰিবলৈ কাৰ্যালয়ত কি নীতি গ্ৰহণ কৰিবলৈ কৈছে চাও আহক:

চাণক্য নীতিয়ে কয় যে কাৰ্যালয়ত অসম্ভৱ যেন লগা লক্ষ্য ব্যক্তি এগৰাকীয়ে কেতিয়াও অকলে সম্পূৰ্ণ কৰিব নোৱাৰে। ইয়াৰ বাবে দলীয় ঐক্য অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত সদায় সহকৰ্মীসকলৰ সৈতে কাম কৰক, সকলোৰে বিকাশৰ মনোভাৱ ৰাখিলে কৰ্মক্ষেত্ৰত সন্মানৰ লগতে সফলতাও লাভ কৰিব।

যিসকলে ভাল কাম কৰাৰ বাবে কেৱল নিজকে নহয়, বৰঞ্চ নিজৰ দলটোক কৃতিত্ব দিয়ে; তেওঁলোক সকলোতে সন্মানৰ যোগ্য। এনে মানুহ কেৱল দলটোৰেই নহয় সমগ্ৰ কাৰ্যালয়ৰ প্ৰিয় হৈ পৰে।

চাণক্যই কৈছে যে কাৰ্যালয়ত আপোনাৰ নেতৃত্বত কাম কৰাসকলৰ প্ৰতিভাক নিখুঁত কৰি তোলক। ইয়াৰ দ্বাৰা কেৱল লক্ষ্য পূৰণত সহায় হোৱাই নহয়, অনুজসকলক আগুৱাই নিলে তথা তেওঁলোকক দায়িত্ব দিলে তেওঁলোকৰ বিকাশো হ’ব।

চাণক্যই কৈছে যে যেতিয়া মানুহে উচ্চ পদবী লাভ কৰে, তেতিয়া তেওঁৰ মনত অহংবোধ উপজে। এই অহংবোধে মানুহ এজনৰ পতনৰ পথহে মুকলি কৰে, গতিকে অহংকাৰ এৰি প্ৰতিগৰাকী ব্যক্তিক সন্মান দিয়ক।

চাণক্যৰ নীতি অনুসৰি, যদি কোনো ব্যক্তিয়ে লক্ষ্যৰ পৰা বিচ্যুত হৈ ক্ষমতাৰ বিপৰীত আচৰণ কৰে আৰু অপ্ৰয়োজনীয় ক্ৰোধ দেখুৱায়, তেন্তে তেওঁ বুদ্ধিমান হ’লেও মূৰ্খ। গতিকে লক্ষ্যত উপনীত হ’বলৈ সঠিক সময়ত সঠিক পদ্ধতি গ্ৰহণ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd