• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এডভান্টেজ আসাম : কোন কোন কোম্পানীয়ে কিমান টকা বিনিয়োগ কৰিব অসমত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2025 5:47 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এডভান্টেজ আসাম ২.০। দেশ-বিদেশৰ বিভিন্ন কোম্পানী আৰু সংস্থাই এই সন্মিলনত অংশগ্ৰহণ কৰি বুজন পৰিমাণৰ ধন অসমত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে।

আশা কৰা হৈছে যে এই বিনিয়োগে অসমত এক বৃহৎ নিয়োগৰ সু্বিধা কৰিব। লগতে, উৎপাদন, নিৰ্মাণ, প্ৰযুক্তি আদিৰ ক্ষেত্ৰত অসমে এক মাইলেজ লাভ কৰিব বুলি সদৰী কৰিছে অসম চৰকাৰে।

কোন কোন কোম্পানী বা সংস্থাই অসমত কিমান টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে জানো আহক –

ৰিলায়েঞ্চ : ৫০ হাজাৰ কোটি টকা

আদানী গ্রুপ : ৫০ হাজাৰ কোটি টকা

বেদান্ত গ্রুপ : ৫০ হাজাৰ কোটি টকা

 টাটা পাৱাৰ : ৩০ হাজাৰ কোটি টকা

লীলাৱতী ফাউণ্ডেচন : ১৫০ কোটি টকা

বায়’ফ্রেণ্ডছ : ২৬০ কোটি টকা

 গ্রীণক’ এনার্জীছ : ৫,৮৫০ কোটি টকা

অ আই এল : ২৩৩০০ কোটি টকা

 এন আৰ এল :  ১০৭০০ কোটি টকা

জে ডব্লিউ এছ : ৪০০ কোটি টকা

জে ডব্লিউ এছ এনার্জী ৭০০০ কোটি টকা

অ আই এল ২০০ কোটি টকা

ডিপি ৱৰ্ল্ড : ১৫০ কোটি টকা

এছ এছ পলট্রী : ১৯৭ কোটি টকা

HPDSI pvt Ltd : ১২০০ কোটি টকা

ছিনটেক্স BAPL Ltd : ৩৫০ কোটি টকা

TCC কনচেপ্ট Ltd : ১৫০০ কোটি টকা

সিদ্ধার্থ ইনফ্রেটেক : ৫৬০০ কোটি টকা

PNB ইনভেষ্টমেন্ট : ৩০০০ কোটি টকা

বোনদাদা ইঞ্জিনীয়াৰিং : ৪৫০ কোটি টকা

মেধাৱী স্কিল ইউনিভার্চিটী : ২৫০ কোটি টকা

গৱেষণা ইউনিভার্চিটী : ৮০০ কোটি টকা সুবিকছা ফীড এণ্ড ফার্ম : ২৫০ কোটি টকা

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd