• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

by
August 7, 2025 9:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰবাৰ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইডি। এই বছৰৰ পৰিসংখ্যাৰ উদ্ধৃতি দাঙি ধৰি মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে ইডিক ধমক দি কয় যে দাখিল কৰা অভিযোগৰ ০.১ শতাংশহে দোষী সাব্যস্ত কৰা হৈছে। কেৱল সেয়াই নহয়, ইডিয়েও দোষী সাব্যস্ত নহ’লেও দিনৰ পিছত দিন জিম্মাত ৰখাত পাকৈত হৈ পৰিছে। এইদৰেই ভর্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে।

জে এছ ডব্লিউ চিমেণ্টে ভূষণ পাৱাৰ এণ্ড ষ্টীল লিমিটেডৰ অধিগ্ৰহণৰ সৈতে জড়িত গোচৰৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে ইডিক তীব্ৰ সমালোচনা কৰে।

Apply Now

এজন অধিবক্তাই কয় যে ভূষণৰ বিৰুদ্ধে ইডিৰ তদন্ত এতিয়াও অব্যাহত আছে। সেই কথা শুনি ন্যায়াধীশ গাভাইয়ে কয়, “ইয়াতো ইডি আছে নেকি?”

এনে মন্তব্যৰ পিছত কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইডিৰ বিৰোধিতা কৰি ইউটিউবত কেইবাটাও ভুৱা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে। কিন্তু বিত্তীয় অনিয়মৰ অভিযোগ দাখিল কৰাৰ পিছত ইডিয়ে ২৩ হাজাৰ কোটি টকা উদ্ধাৰ কৰিছে।

অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে মেহতাক কয়, “মই মাত্ৰ ১০-১৫ মিনিটৰ বাবে বাতৰি কাকতখন পঢ়ো। আদালতে কোনো বিশেষ পক্ষৰ কথা নুশুনে।” ইয়াৰ পিছত ন্যায়াধীশ গাভাইয়ে কয়, “আপোনাৰ অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত হোৱাৰ হাৰ কিমান? যিসকলৰ বিৰুদ্ধে আৰ্থিক অনিয়ম অনা হৈছে তেওঁলোকৰ দোষী সাব্যস্ত নহ’লেও আপোনালোকে তেওঁলোকক বছৰ বছৰ ধৰি জেলত ৰাখিবলৈ সাজু।”

উল্লেখ্য যে শেহতীয়াকৈ কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ইডি। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটো ৰাজনৈতিক যুঁজত লিপ্ত হৈছে। ৰাজনৈতিক স্বাৰ্থৰ বাবে ইডিৰ অপব্যৱহাৰ হৈছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাইও ইডিক তীব্ৰ সমালোচনা কৰি কৈছিল যে অভিযুক্তক জেলত ৰখাৰ বাবে ধাৰাবাহিকভাৱে অভিযোগনামা প্ৰস্তুত কৰা হৈছে। উচ্চতম ন্যায়ালয়ে আপ নেতা অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াক জামিন প্ৰদান কৰাৰ সময়ত এই বিষয়টোৰ কথা উল্লেখ কৰিছিল।

মন কৰিবলগীয়া যে ইডিৰ কাৰ্যকলাপক লৈ বিৰোধী নেতৃত্বই সদায় সৰৱ হৈ আহিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও সেই বিষয়টোক লৈ নিন্দা কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd