• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোষ্টেলৰ আবাসীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কতৃপক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 1:26 pm
622
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জালুকবাৰী অঞ্চলত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা দুৰ্ঘটনাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বাসীসকলৰ বাবে নতুনকৈ কঠোৰ নিয়ম জাৰি কৰিছে।

বুধবাৰে প্ৰকাশ পোৱা এই নতুন নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ বাহিৰত অনুমতি অবিহনে কেম্পাছৰ বাহিৰত থকা হোষ্টেল আবাসীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

হোষ্টেল আবাসীৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰা নতুন নিয়মসমূহ তলত উল্লেখ কৰা হ’ল –

কলেজ কৰ্তৃপক্ষই গঠন কৰা বিশেষ দলৰ দ্বাৰা অকৰ্তৃত্বশীল ব্যক্তি আৰু নিষিদ্ধ সামগ্ৰীৰ উপস্থিতি নিয়মীয়াকৈ পৰীক্ষা কৰা হ’ব।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল বা কেম্পাছৰ ভিতৰত মদ বা যিকোনো নিচাযুক্ত দ্ৰব্য সেৱন নিষিদ্ধ। যদি কোনো লোকে এনে কাণ্ড সংঘটিত কৰে তেন্তে তেওঁক হোষ্টেল/কলেজৰ পৰা বহিষ্কাৰ কৰা হ’ব। তদুপৰি তেওঁলোকক আৰক্ষীক গতাই দিয়া হ’ব আৰু তেওঁলোকৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰটো সেই কথা উল্লেখ থাকিব। 

কলেজৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেল বা কলেজ কেম্পাছত মটৰ চাইকেল বা গাড়ী ৰখাব নোৱাৰিব।

আৰক্ষী প্ৰশাসনৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ইয়াৰ আশে-পাশে মদ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰী বিক্ৰী বন্ধ কৰা হ’ব।

Recent News

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd