• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্ট্ৰেলিয়াত কোভিড প’জিটিভ বিবিএলত অংশলোৱাৰ বাবে যোৱা আফগানিস্তানৰ যুৱ স্পীনাৰ মুজিবুৰ ৰহমান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 4:09 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

540
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াত থকা সময়ত কোভিড প’জিটিভ হৈছে আফগানিস্তানৰ ১৯ বৰ্ষীয় স্পীনাৰ মুজিবুৰ ৰহমান।

অষ্ট্ৰেলিয়াৰ কুইলেণ্ডৰ ভোকো হোটেলত থকা সময়তে আফগানিস্তানৰ স্পীনাৰ গৰাকী কোভিড প’জিটিভ হয়।

কোভিড আক্ৰান্ত মুজিবক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বিবিএলত ব্ৰিছবেন হিটৰ হৈ অংশলোৱাৰ বাবে বিগত সপ্তাহত আফগানিস্তানৰ পৰা অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছিল মুজিবুৰ ৰহমান।

অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পাছত বাধ্যতামূলক কোৱাৰেণ্টাইনত থকা সময়তে মুজিবুৰ ৰহমানৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা দিয়ে।

পৰৱৰ্তী সময়ত মুজিবৰ কোভিড পৰীক্ষা কৰা হয় আৰু পৰীক্ষাত তেওঁৰ ফলাফল প’জিটিভ হয়।

উল্লেখযোগ্য যে, নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলটোৰো আঠগৰাকী সদস্যৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

পাকিস্তানী ক্ৰিকেট দলটোৰ সদস্যৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছত ক্ৰিকেট নিউজিলেণ্ডে দলটোৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd