• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ অতিৰিক্ত ‘শুল্ক চাপ’ৰ বাবেই আৰু ঘনিষ্ঠ মস্কো-নতুন দিল্লী; ডিচেম্বৰত ভাৰতলৈ আহিব পুটিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 7:58 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ অতিৰিক্ত ‘শুল্কৰ চাপ’ৰ বাবেই নতুন দিল্লী-মস্কোৰ আৰু ওচৰ চাপিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণৰ সময়সূচী চূড়ান্ত কৰিছে।

শুকুৰবাৰে ক্ৰেমলিনে ঘোষণা কৰে যে তেওঁ ডিচেম্বৰ মাহত দিল্লীলৈ আহিব। বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিবলৈ উদ্বাউল হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিশেষকৈ মস্কোৰ সৈতে দিল্লীৰ ভাল বাণিজ্যিক সম্পৰ্ক তেওঁৰ বাবে ‘অসহ্যকৰ’ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত তিনি মাহৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণ নিঃসন্দেহে অতি তাৎপৰ্যপূৰ্ণ।

Apply Now

বৰ্তমান জাপান ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী। ৩১ আগষ্ট দেওবাৰে তেওঁ তাৰ পৰা চীনলৈ ৰাওনা হ’ব। চীনৰ টিয়ানজিনত অনুষ্ঠিত হৈছে এছ চি অ’ (শ্বাংহাই সহযোগিতা সংস্থা) শীৰ্ষ সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

শীৰ্ষ সন্মিলনৰ মাজতে ১ ছেপ্টেম্বৰ সোমবাৰে টিয়ানজিনত পৃথকে পৃথকে মোডী আৰু পুটিনে বৈঠকত মিলিত হোৱাৰ কথা। দুয়োজনে চমু আলোচনাতো মিলিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ক্ৰেমলিনে ইতিমধ্যে মোডীৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰিছে। শনিবাৰে পুটিনৰ উপদেষ্টা ইউৰি উছাকোভে ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ তাৰিখ ঘোষণা কৰে।

তেওঁৰ মতে, পুটিনৰ এই ভ্ৰমণে নতুন দিল্লী আৰু মস্কোৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত অধিক অগ্ৰগতিৰ আশা প্ৰকাশ কৰিছে, যিটো দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত এয়া হ’ব পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ।

যোৱা সপ্তাহত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ভাৰতলৈ অহাৰ খবৰ পোৱা গৈছিল। নতুন দিল্লীত থকা ইউক্ৰেইনৰ দূতাবাসৰ ৰাষ্ট্ৰদূত অলেকজেণ্ডাৰ পোলিছচুকে প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণত জেলেনস্কিয়ে অতি সোনকালে দিল্লী ভ্ৰমণ কৰিব বুলি কৈছিল। তেওঁ বিচাৰে যে ভাৰতে ইউক্ৰেইন আৰু ইয়াৰ ‘বন্ধুত্বপূৰ্ণ’ দেশ ৰাছিয়াৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধৰ অন্ত পেলাবলৈ মধ্যস্থতা কৰক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আগন্তুক ভ্ৰমণৰ সময়ত সেই অনুৰোধ কৰিব পাৰে। অৱশ্যে জেলেনস্কিৰ ভ্ৰমণসূচীৰ বিষয়ে এতিয়াও একো জনা হোৱা নাই।

ইয়াৰ পূৰ্বে ক্ৰেমলিনে ঘোষণা কৰিলে যে ডিচেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণ কৰিব। ভূৰখা মহলৰ মতে, আমেৰিকাৰ ‘দাদাগিৰি’, চুবুৰীয়া দেশৰ মাজত সমীকৰণ, দ্বিপাক্ষিক কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ উপৰিও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ বিষয়ে মোডী-পুটিনে আলোচনা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd