• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: কাশ্মীৰত এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 1:19 pm
Jammu Kashmir Encounter
521
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত তিনিগৰাকীকৈ সেনা-আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছত এইবাৰ বাৰামুল্লা জিলাতো সংঘৰ্ষৰ সূত্ৰপাত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, বাৰামুল্লাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হয়।উৰি ছেক্টৰৰ হাথলাংগা ফৰৱাৰ্ড এলেকাত সংঘটিত হয় এই এনকাউণ্টাৰ।

দুই সন্ত্ৰাসবাদীৰ মৃত্যুৰ পিছতো অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে কাশ্মীৰ জ’ন আৰক্ষীয়ে। এক টুইট যোগে কাশ্মীৰ জ’ন আৰক্ষীয়ে এই সংঘৰ্ষৰ বিষয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে, নিহত সন্ত্ৰাসবাদীকেইজনৰ পৰিচয় আৰু তেওঁলোক কোন সন্ত্ৰাসবাদী গোটৰ সদস্য, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এতিয়াও চলি আছে নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। চাৰি দিন ধৰি চলি থকা এই সংঘৰ্ষত সেনাৰ দুগৰাকী বিষয়া ক্ৰমে নিহত হৈছে।

শুকুৰবাৰে সংঘৰ্ষৰ সময়ত পুনৰ এগৰাকী সেনা জোৱান সন্ধানহীন হয় আৰু আন তিনিগৰাকী জোৱান আহত হয় বুলি জানিব পৰা গৈছে। আনহাতে এই সংঘৰ্ষত এইপৰ্যন্ত সন্ত্ৰাসবাদী গোটৰ হতাহতিৰ বিষয়ে কোনো তথ্য প্ৰকাশ পোৱা নাই।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd