• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত সমষ্টিত বিপুল ভোটত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ জয়লাভ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 2, 2021 8:47 pm
atul
253
VIEWS
Share on FacebookShare on Twitter

বিধান সভা নিৰ্বাচনত আজি ঘোষিত ফলাফলত ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰনৱ দলেইক মুঠ ৪৫,১৮১ টা ভোটত পৰাজিত কৰি দ্বিতীয় বাৰৰ বাবে অসম বিধান সভালৈ নিৰ্বাচিত হয় ৷

অতুল বৰাই মুঠ ৭২,৯৩০ টা ভোট পোৱাৰ বিপৰীতে প্ৰনৱ দলেই মুঠ ২৭,৭৪৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷

বিপৰীতে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৫৫৫০ ভোটেৰে তৃতীয় আৰু ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই মুঠ ৩৩৬০ টা ভোট লাভকৰি সমষ্টিতোত চতুৰ্থ স্থানহে লাভ কৰে ৷

উল্লেখ্য যে ২০১৬ চনত প্ৰথম বাৰৰ বাবে বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অতুল বৰাই মুঠ ৬২,৯৬২ হেজাৰ ভোট লাভ কৰিছিল ৷

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত বোকাখাত সমষ্টিৰ সৰ্বমুঠ ১,৪৭,৪৮৭ গৰাকী ভােটাৰৰ ১১৯৩৪২ গৰাকী ভােটাৰে নিজ  ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।

ইয়াৰে ৫৮,৭০৩ গৰাকী মহিলা ভােটৰ হােৱাৰ বিপৰীতে পুৰুষ ভােটাৰ আছিল ৬০,৬৩৯ গৰাকী।  ভোটদান হাৰ আছিল ৮০. ৯২শতাংশ ৷

Recent News

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd