• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমিষ্ঠ হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 3:07 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

গঠন হ’ল অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ পৰিষদ’। বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আনুষ্ঠানিকভাৱে ছাত্ৰ সংগঠনটোৰ আত্ম প্ৰকাশ ঘটে।

অনুষ্ঠানত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই কয় “আজি আমাৰ বাবে এটা শুভ দিন, ঐতিহাসিক দিন। ‘নৱজাগৰণৰ বাবে ছাত্ৰ’ এই লক্ষ্য লৈয়ে জন্ম দিয়া হৈছে অসম ছাত্ৰ পৰিষদ।”

বৰাই আৰু কয় “অগপত নতুন প্ৰজন্মক ঠাই নিদিয়া বুলি কোৱা অভিযোগ আজিৰ পৰা আৰু নাথাকে। নতুন প্ৰজন্মক আগুৱাই নিয়াৰ বাবেই জন্ম লাভ কৰিছে এই ছাত্ৰ সংগঠনটোয়ে।”

“বিদেশীক বহিস্কাৰ কৰাৰ বাবে বৃহৎ আন্দোলন হৈছিল সেয়া অতীত হলেও আমি পাহৰিব নোৱাৰো” বৰাই লগতে কয়।

ইপিনে, “অতীতৰ পৰা আমি শিকিব লাগিব” বুলি মন্তব্য কৰি বৰাই লগতে কয় “বিদেশী নাগৰিকৰ সমস্যা এতিয়াও আছে সমাধান নহ’ল। আমি এখন শুদ্ব NRC নাপালো। চাকৰিৰে কেতিয়াও চৰকাৰে নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে।”

“প্ৰত্যেক ৰাজনৈতিক দলৰে একোটা নিজস্ব ছাত্ৰ সংগঠন আছে ৷ সেয়হে অসম গণ পৰিষদে নিজৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদ জন্ম দিয়ে৷” ভাষণত বৰাই কয়।

আজি কেৱল এখন তদৰ্থ কমিটি গঠন কৰি পৰৱৰ্তী সময়ত জিলা ভিত্তিত আৰু আঞ্চলিক ভিত্তিত সক্ৰিয় ভাৱে গঠন কৰা হ’ব। ত্ৰিনয়ন বৰুৱাক ছাত্ৰ সংগঠনটোৰ সভাপতিৰ দায়িত্ব দিয়া হয়।

আজিৰ উক্ত অনুষ্ঠানত অসম গণ পৰিষদ সভাপতি অতুল বৰা, ফণিভূষন চৌধৰী, কেশৱ মহন্তৰ লগতে বহুকেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd