• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত শিৱসাগৰত কৃষকক অনুদান বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 22, 2019 11:07 pm
Agri aid distributed among farmers under CM scheme in Assam's Sivasagar

শিৱসাগৰত শুকুৰবাৰৰ অনুষ্ঠান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে অসম চৰকাৰৰ এক অভিলাষী আঁচনি ‘মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ৰ শুভ উদ্বোধন কৰা হয়। শিৱসাগৰৰ দৰবাৰ ফিল্ডত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ কৃষকলৈ বিভিন্ন অনুদান বিতৰণ কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ শ্ৰম ও নিয়োগ, চাহ-জনজাতি কল্যাণ (স্বতন্ত্ৰ) আৰু শিক্ষা (ৰাজ্যিক) মন্ত্ৰী পল্লৱলোচন দাস, শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) তথা শিক্ষা (ৰাজ্যিক) মন্ত্ৰী তপন কুমাৰ গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী।

অনুষ্ঠানত শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ে কয় যে  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ কৃষকসকলৰ আয় বৃদ্ধি কৰিবৰ বাবে, কৃষকৰ সমস্যা বিলাক সমাধান কৰি উঠি অহা নতুন প্ৰজন্মক কৃষি কাৰ্যত অনুপ্ৰাণিত  কৰিবৰ বাবে বহুত আঁচনি লৈছে। অসমৰ কৃষকে এটা খেতি কৰাৰ বিপৰীতে দুটা বা তিনিটা খেতি কৰাৰ পৰিৱেশ সৃষ্টি হওক। আৰু এই পৰিৱেশ সৃষ্টি হলে ৮০ % অসমৰ কৃষিজীৱী মানুহে মৰ্য্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব। সেইবাবে চৰকাৰে ‘মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ৰ জৰিয়তে প্ৰতিজন কৃষকক কৃষি কাৰ্য্যত ব্যৱহৃত সা-সঁজুলি ক্ৰয় কৰিবলৈ পাঁচ হাজাৰ টকা এককালীন সাহায্য প্ৰদান কৰিছে। এই আঁচনিৰ জৰিয়তে পাঁচ লাখ কৃষকক এই সাহায্য প্ৰদান কৰা হৈছে আৰু পৰৱৰ্ত্তী সময়ত আৰু ছয় লাখ কৃষকক এই সাহায্য প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে।

মন্ত্ৰী পল্লৱলোচন দাসে নিজৰ ভাষণ প্ৰসংগত কয় যে, কৃষি খণ্ডৰ বিকাশ আৰু উন্নয়নৰ বাবে বাবে নতুন প্ৰজন্মৰ মাজত কৃষিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ প্ৰয়োজন। বৰ্তমান ৰাজ্য চৰকাৰে কৃষি খণ্ডৰ উন্নতি আৰু কৃষকসকলৰ সামগ্ৰিক উন্নয়নৰ  বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি এই আঁচনিসমূহৰ সুফল লাভ কৰাৰ বাবে ৰাইজক আগ্ৰহী আৰু সজাগ হ’বলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি নকৰালৈকে ৰাজ্যৰ জনমূৰি আয় বৃদ্ধি আৰু ৰাইজৰ আৰ্থিক স্বাৱলম্বিতা সম্ভৱ নহয়। কৃষি কাৰ্য্যৰ মাধ্যমেৰে স্বাৱলম্বী অসমীয়া জাতিৰূপে ৰাইজে পৰিচয় দাঙি ধৰিলেহে দেশ আৰু সমাজৰ উন্নয়ন সম্ভৱ বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানটি সভাপতিত্ব কৰা জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে কৃষিক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ড বুলি উল্লেখ কৰে। উপায়ুক্তগৰাকীয়ে কৃষক আৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ চমু আভাস দিয়ে। কৃষি খণ্ডৰ উন্নয়নে ৰাজ্যৰ আৰু দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে ‘মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ৰ প্ৰথম পৰ্য্যায়ত জিলাখনৰ ১৪,৯২১ গৰাকী হিতাধিকাৰীক কৃষি সা-সঁজুলি ক্ৰয়ৰ বাবে পাঁচ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয়। RTGSৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউন্টত জমা কৰা হ’ব।

অনুষ্ঠানত তিনিগৰাকী কৃষকক ৰাজ সাহায্যযুক্ত পাৱাৰ টিলাৰৰ অনুমোদন পত্ৰ প্ৰদান কৰাৰ লগতে ৩৫গৰাকী ভূমিহীন কৃষকক মাটিৰ পট্টা বিতৰণ কৰা হয়।

অনুষ্ঠানটিত ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত নবাব আল্ আজহাৰ আলি, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, সমাজকৰ্মী ভবেন্দ্ৰ নাথ মহন, সমাজসেৱিকা সুৰভি ৰাজকুঁৱৰী, ৰাজহ চক্ৰৰ বিষয়া আৰু কৃষি বিভাগৰ বিষয়াৰ লগতে ভালেসংখ্যক হিতাধিকাৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd