• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিমা দেশৰ দুৰন্ত প্ৰতীক’ : হিমাৰ ঘৰত উপস্থিত হৈ কৃষি মন্ত্রী অতুল বৰা

মিণ্টু দাস by মিণ্টু দাস
September 3, 2018 8:01 am
Atul bora in Hima das home.docx photo

দৌৰৰাণী হিমাৰ ঘৰত উপস্থিত হৈ কৃষিমন্ত্ৰী অতুল বৰাই পিতৃৰ হাতত তুলি দিছে অভিনন্দন পত্ৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেমছত তিনিটাকৈ পদক আজুৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণ কন্যা হিমাৰ অভূতপূৰ্ব সফলতাক কেন্দ্ৰ কৰি বৰ্তমানেও জন্মভূমি ধিঙত অব্যাহত আছে আনন্দৰ বন্যা। প্ৰতি দিনে পুৱাৰ পৰা গধুলিলৈকে হিমাৰ ধিং কান্ধুলীমাৰীস্থিত বাসগৃহলৈ সোঁত বৈছে অগণন শুভাকাংক্ষীৰ। সকলোৱে হিমাৰ সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বৰমাক-বৰদেউতাকক জনাইছে শুভেচ্ছা তথা অভিনন্দন।

দেওবাৰে বিয়লি হিমাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পিতৃ-মাতৃ আৰু বৰমাক-বৰ দেউতাকক ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে অসম গণ পৰিষদ দলৰ হৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক ভৱেন ভৰালীয়ে।

হিমাৰ এনে সফলতাকলৈ যথেষ্ট সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰি কয় বৰাই কয় যে হিমা হ’ল দেশৰ দুৰন্ত প্ৰতীক। ধিং কান্ধুলীমাৰীৰ দৰে এখন সৰু গাঁৱৰ পৰা গৈ হিমাই দেশলৈ আজি যি বিৰল সন্মান কঢ়িয়াই আনিলে তাকলৈ আজি প্ৰতিজন দেশবাসী গৌৰাৱাম্বিত হ’ল।

কেৱলমাত্ৰ সেয়াই নহয়, হিমাৰ এনে সফলতাই অনাগত দিনত দেশৰ উঠি অহা নতুন প্ৰজন্মক আৰু উৎসাহিত কৰিব বুলি উল্লেখ কৰি তেওঁ আৰু পুনৰ কয় যে হিমা হৈছে দেশৰ ভৱিষ্যতৰ এথলেটছ। অহা অলিম্পিকলৈ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে হিমা সাজু হ’ব পাৰে তাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে ধিং কান্ধুলীমাৰী যিহেতু এটা কৃষিজীৱি অঞ্চল আৰু কৃষি অৰ্থনীতিৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ উপৰি হিমাৰ পিতৃও যিহেতু এজন আদৰ্শবান খেতিয়ক, সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি হিমাৰ পিতৃ আৰু স্থানীয় ৰাইজে সেই অঞ্চলত এটা শীতলীকৰণ ভঁ‌ড়াল আৰু পথাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলি মন্ত্ৰীজনক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয় যে এই বিষটো মই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছো আৰু অতি সোনকালে এইখিনি কৰাৰ চেষ্টা কৰিম। মই কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পাৰো সেয়া মই বিভাগীয় বিষয়া-কৰ্মচাৰীৰে আলোচনা কৰি ইয়াৰ কাৰ্যকৰী ৰূপ দিয়াৰ চেষ্টা কৰিম বুলি আশ্বাস প্ৰদান কৰে।

তেওঁ লগতে কয় যে হিমাৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীৰ লগতে হিমাৰ পৰিয়ালক অভিনন্দন জনায় অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকা, অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক ৰঞ্জন বৰা, অগপৰ মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী মামনি বৰা আদিয়ে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd