• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটক বিজেপিত মোক্ষম আঘাত!বিজেপিৰ প্ৰাক্তন মন্ত্ৰীয়ে যোগ দিলে কংগ্ৰেছত

by
April 20, 2024 1:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি এক বৃহৎ আঘাতৰ সন্মুখীন হয়। শুকুৰবাৰে কমলৰ শিবিৰৰ পৰা ওলাই আহি কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন মন্ত্ৰী মালিকায়া গুটেদাৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ উপস্থিতিত তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

কৰ্ণাটকত লোকসভাৰ আসনৰ সংখ্যা ২৮খন। কৰ্ণাটকৰ ১৪টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১৪টাত তৃতীয় পৰ্যায়ত ৭ মে’। নির্বাচন আৰম্ভ হোৱাৰ পূর্বে এই প্রভাৱশালী নেতাগৰাকীৰ পক্ষপাতিত্বৰ বাবেই হায়দৰাবাদ-কর্ণাটক অঞ্চলত বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি এটা অংশই বিশ্বাস কৰে৷

কালবুৰ্গীৰ ছবাৰৰ বিধায়ক গুটেদাৰ কিন্তু ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হয়। কালবুৰ্গীৰ ৰাজনীতিত গুটেদাৰৰ ‘কঠোৰ বিৰোধী’ হিচাপে পৰিচিত গুটেদাৰৰ ভাতৃ নীতিনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু কংগ্ৰেছে এই আসনখন লাভ কৰে। শেহতীয়াকৈ নীতিনে বিজেপিত যোগদান কৰে। ইয়াৰ বাবেই বিজেপি নেতা য়েডিউৰাপ্পাৰ এসময়ত তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীগৰাকীয়ে ‘কমল’ এৰি কংগ্ৰেছত যোগদান কৰে বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰে। খৰ্গে নিজেই ২০০৯ আৰু ২০১৪ চনত কালবুৰ্গী লোকসভা সমষ্টিৰ সাংসদ হৈছিল। তেওঁৰ পুত্ৰ প্ৰিয়ংক খৰ্গে কালবুৰ্গী লোকসভাত চিত্তপুৰৰ বিধায়ক। এইবাৰ সেই লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে কংগ্ৰেছ সভাপতিৰ জোঁৱাই ৰাধাকৃষ্ণ দোদ্দামণি।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 7, 2025 9:38 am
সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd