• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 6:31 am
55
VIEWS
Share on FacebookShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা (AI) আমাৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনত এক অপৰিহাৰ্য অংশ হৈ পৰিছে। ক্ষীপ্ৰতাৰে আৰু নিখুত ভাবে কাৰ্যক্ষম হোৱা বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানুহ অধিক নিৰ্ভৰ্শীল হৈ পৰিছে। যি মানুহৰ নিজস্ব কাৰ্য ক্ষমতা হ্ৰাস কৰাৰ লগতে চিন্তা শক্তিত প্ৰভাৱ পেলাইছে।

পৰিচালনা পৰামৰ্শদাতা অংশুমান দত্তৰ মতে, “যদিও AI-এ কিছুমান বিষয়ত দক্ষতাৰে কাম কৰিব পাৰে তথাপিও স্বাস্থ্য বা আইনী বিষয়ত AIৰ ওপৰত সম্পূৰ্ণ নিৰ্ভশীল হোৱাটো বিপদজনক হ’ব পাৰে।”

আমাৰ সবাতোকৈ ডাঙৰ ভুল হ’ল AIৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰাৰ প্ৰৱণতা। এই সফল প্ৰযুক্তি এসময়ত আপনাৰ বিফলতাৰো কাৰণ হ’ব পাৰে। কল্পনা কৰক, যদি AIৰ-এ কাল্পনিক তথ্যৰ ওপৰত ভিত্তি কৰি বিত্তীয় পৰামৰ্শ দিয়ে, তাৰ পৰিণতি কি হ’ব পাৰে?

সম্প্ৰতি আমি চিকিৎসা সম্পৰ্কিত বহু পৰামৰ্শ গ্ৰহণ কৰোঁ বা বহু জন AIৰ পৰামৰ্শৰ ওপৰত নিৰ্ভশীল হোৱা দেখা যায়। এতিয়া প্ৰশ্ন হয়, চিকিৎসকৰ পৰামৰ্শ অবিহনে AIৰ জৰিয়তে চিকিৎসাৰ পৰামৰ্শ লোৱাটো কিমান যুক্তিসংগত? এইবোৰ বিশ্বাসযোগ্য যেন লাগিলেও, ই জীৱনলৈ স্বাস্থ্যজনিত জটিলতা আনিব পাৰে। AI কোনো চিকিৎসক নহয়। ই ৰাজহুৱা তথ্যৰ ওপৰত প্ৰশিক্ষিত এটা মেচিন মাত্ৰ। ই ব্যক্তিগত চিকিৎসা ইতিহাস বা ঔষধৰ পাৰস্পৰিক ক্ৰিয়া ব্যাখ্যা কৰিব নোৱাৰে। তথাপিও, ব্যৱহাৰকাৰীসকলে প্ৰায়ে লক্ষণৰ ব্যাখ্যা বা চিকিৎসাৰ পৰামৰ্শৰ বাবে AIৰ কাষ চাপে। এইটো এক বিপদজনক পথ। কেৱল যোগ্য স্বাস্থ্যসেৱা প্ৰদানকাৰীয়েহে সঠিক চিকিৎসা পৰামৰ্শ দিব পাৰে। যিটো AIৰ উত্তৰ তলত সতৰ্কবাণীও প্ৰদান কৰে যে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে কোনো সিদ্ধান্ত গ্ৰহণ কৰে।

গৱেষণাই দেখুৱাইছে যে AIৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই মানুহৰ জ্ঞানশক্তিক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এম আইৰ এক অধ্যয়নত দেখা গৈছে যে শৈক্ষিক কামৰ AIৰ ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ মগজুৰ স্মৃতিশক্তি দুৰ্বল হোৱাৰ লগতে আৰু চিন্তা শক্তিও দুৰ্বল হয়। ফল স্বৰূপে সিদ্ধান্ত গ্ৰহণত সমস্যাৰ সৃষ্টি হয়, আাত্মবিশ্বাস হেৰুৱাৰ লগতে চিন্তা কৰিব ক্ষমতাও হেৰুৱাৰ উপক্ৰম হৈছে। সেয়ে AIক নিজৰ অধীন হবলৈ দিয়া উচিত নহয়। AIক এনে দৰে ব্যৱহাৰ কৰা উচিত যাতে ই আপোনাৰ অস্তিত্বলৈ সংকত অনিব নোৱাৰে। গতিকে AIক আপোনাৰ শক্তি হিচাপে গ্ৰহণ কৰক আপোনাৰ দুৰ্বলতা হ’বলৈ নিদিব।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd