• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 6:31 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা (AI) আমাৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনত এক অপৰিহাৰ্য অংশ হৈ পৰিছে। ক্ষীপ্ৰতাৰে আৰু নিখুত ভাবে কাৰ্যক্ষম হোৱা বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানুহ অধিক নিৰ্ভৰ্শীল হৈ পৰিছে। যি মানুহৰ নিজস্ব কাৰ্য ক্ষমতা হ্ৰাস কৰাৰ লগতে চিন্তা শক্তিত প্ৰভাৱ পেলাইছে।

পৰিচালনা পৰামৰ্শদাতা অংশুমান দত্তৰ মতে, “যদিও AI-এ কিছুমান বিষয়ত দক্ষতাৰে কাম কৰিব পাৰে তথাপিও স্বাস্থ্য বা আইনী বিষয়ত AIৰ ওপৰত সম্পূৰ্ণ নিৰ্ভশীল হোৱাটো বিপদজনক হ’ব পাৰে।”

Apply Now

আমাৰ সবাতোকৈ ডাঙৰ ভুল হ’ল AIৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰাৰ প্ৰৱণতা। এই সফল প্ৰযুক্তি এসময়ত আপনাৰ বিফলতাৰো কাৰণ হ’ব পাৰে। কল্পনা কৰক, যদি AIৰ-এ কাল্পনিক তথ্যৰ ওপৰত ভিত্তি কৰি বিত্তীয় পৰামৰ্শ দিয়ে, তাৰ পৰিণতি কি হ’ব পাৰে?

সম্প্ৰতি আমি চিকিৎসা সম্পৰ্কিত বহু পৰামৰ্শ গ্ৰহণ কৰোঁ বা বহু জন AIৰ পৰামৰ্শৰ ওপৰত নিৰ্ভশীল হোৱা দেখা যায়। এতিয়া প্ৰশ্ন হয়, চিকিৎসকৰ পৰামৰ্শ অবিহনে AIৰ জৰিয়তে চিকিৎসাৰ পৰামৰ্শ লোৱাটো কিমান যুক্তিসংগত? এইবোৰ বিশ্বাসযোগ্য যেন লাগিলেও, ই জীৱনলৈ স্বাস্থ্যজনিত জটিলতা আনিব পাৰে। AI কোনো চিকিৎসক নহয়। ই ৰাজহুৱা তথ্যৰ ওপৰত প্ৰশিক্ষিত এটা মেচিন মাত্ৰ। ই ব্যক্তিগত চিকিৎসা ইতিহাস বা ঔষধৰ পাৰস্পৰিক ক্ৰিয়া ব্যাখ্যা কৰিব নোৱাৰে। তথাপিও, ব্যৱহাৰকাৰীসকলে প্ৰায়ে লক্ষণৰ ব্যাখ্যা বা চিকিৎসাৰ পৰামৰ্শৰ বাবে AIৰ কাষ চাপে। এইটো এক বিপদজনক পথ। কেৱল যোগ্য স্বাস্থ্যসেৱা প্ৰদানকাৰীয়েহে সঠিক চিকিৎসা পৰামৰ্শ দিব পাৰে। যিটো AIৰ উত্তৰ তলত সতৰ্কবাণীও প্ৰদান কৰে যে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে কোনো সিদ্ধান্ত গ্ৰহণ কৰে।

গৱেষণাই দেখুৱাইছে যে AIৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই মানুহৰ জ্ঞানশক্তিক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এম আইৰ এক অধ্যয়নত দেখা গৈছে যে শৈক্ষিক কামৰ AIৰ ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ মগজুৰ স্মৃতিশক্তি দুৰ্বল হোৱাৰ লগতে আৰু চিন্তা শক্তিও দুৰ্বল হয়। ফল স্বৰূপে সিদ্ধান্ত গ্ৰহণত সমস্যাৰ সৃষ্টি হয়, আাত্মবিশ্বাস হেৰুৱাৰ লগতে চিন্তা কৰিব ক্ষমতাও হেৰুৱাৰ উপক্ৰম হৈছে। সেয়ে AIক নিজৰ অধীন হবলৈ দিয়া উচিত নহয়। AIক এনে দৰে ব্যৱহাৰ কৰা উচিত যাতে ই আপোনাৰ অস্তিত্বলৈ সংকত অনিব নোৱাৰে। গতিকে AIক আপোনাৰ শক্তি হিচাপে গ্ৰহণ কৰক আপোনাৰ দুৰ্বলতা হ’বলৈ নিদিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd