• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেয়া খবৰ: আৰ্থিক সংকটত পৰি এয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিব ৮০০০ বিধ অমূল্য সম্পদ !

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 5:16 pm
Air-India-1-696x464
400
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিগত খণ্ডৰ হাতলৈ এই যাওঁ এই যাওঁ হৈ থকা এয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিব পাৰে  ৮০০০ বিধ অমূল্য চিত্ৰ-ভাস্কৰ্য।

আচৰিত কথাটো হ’ল ইয়াৰ ইণ্ডিয়াই বিক্ৰী কৰিবলৈ ওলোৱা এই আপুৰুগীয়া চিত্ৰ-ভাস্কৰ্যৰ কোনো মূল্য নিৰ্দ্ধাৰণ নকৰাকৈয়ে চৰকাৰে এই সম্পদ সমূহ বিক্ৰী কৰিবলৈ ওলাইছে বুলি কথা ওলাইছে।

এয়াৰ ইণ্ডিয়াৰ মুম্বাইত থকা সংগ্ৰহালয়ত সংৰক্ষিত হৈ ৰোৱা এই সম্পদ সমূহৰ ভিতৰত আছে এম এফ হুছেইন,ভি এছ গাইতনৰে, কে এইছ আৰা,কিষেণ খান্না, বি ভিথালি, পি জনকিতান আদি বিশ্ববিখ্যাত ব্যক্তিৰ অনবদ্য সৃস্টি সম্ভাৰ।

অভিযোগ অনুসৰি চৰকাৰে কাৰো সৈতে আলোচনা নকৰাকৈয়ে এনেদৰে এয়াৰ ইণ্ডিয়াৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা মূল্যবান সম্পদ বিক্ৰী কৰিবলৈ ওলাইছে।

ইতিমধ্যে বিষয়টো সন্দৰ্ভত কৰা তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰো কোনো সদুত্তৰ দিয়া নাই এয়াৰ ইণ্ডিয়াই ।

তথ্য জনাৰ অধিকাৰ আইনৰ আবেদনৰ পৰা মাত্ৰ এটা কথাই স্পষ্ট হৈছে যে এয়াৰ ইণ্ডিয়াই মাত্ৰ  কোনো পূৰ্বে নিৰ্দ্ধাৰণ নকৰা দামতে সম্পদ সমূহ বিক্ৰী কৰিবলৈ লৈছে।

ইণ্ডিয়াৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা শ্ৰীনগৰ বস্ত্ৰও বিক্ৰীৰ যো-জা কৰা হৈছে বুলি জানিব পৰা গৈছে।

এয়া নিঃসন্দেহে  হ’ব পাৰে এটা বেয়া খবৰ।

Recent News

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd